• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPLৰ সূচী ঘোষণা; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 2:55 pm
WhatsApp Image 2021-03-07 at 2.19.05 PM
294
VIEWS
Share on FacebookShare on Twitter

প্ৰায় দুবছৰৰ পাছত ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। আইপিএল-২০২১ দেশৰ মাটিতে আয়োজন কৰা হ’ব।

দেওবাৰে বিচিচিআইৰ তৰফৰ পৰা আগন্তুক আইপিএলৰ সূচী ঘোষণা কৰা হৈছে।

বিচিচিআইয়ে জানিবলৈ দিয়া অনুসৰি IPL 2021ৰ সৱিশেষ তথ্যসমূহ হ’ল:-

  • ২০২১ৰ ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আইপিএল।
  • আইপিএলৰ খেলসমূহ আহমেদাবাদ, বাংগালোৰ, চেন্নাই, দিল্লী, মুম্বাই আৰু কলকাতাত অনুষ্ঠিত হ’ব।
  • চেন্নাইত উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ।
  • ৩০ মে’ত অনুষ্ঠিত হ’ব ফাইনেল খেল।
  • প্লে-অফ খেলসমূহ আহমেদাবাদৰ ম’টেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
  • ফাইনেল খেলখনো ম’টেৰাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
  • লীগ পৰ্যায়ত প্ৰতিটো দলে চাৰিখন চহৰত খেলিব লাগিব।
  • মুঠ ৫৬খন খেলৰ ভিতৰত চেন্নাই, মুম্বাই, কলকাতা আৰু বাংগালোৰত ১০খনকৈ মেচ অনুষ্ঠিত হ’ব।
  • আহমেদাবাদ আৰু দিল্লীত ৮খনকৈ মেচ অনুষ্ঠিত হ’ব।
  • কোনোটো দলে নিজৰ খেলপথাৰত খেলাৰ সুযোগ নাপাব। সকলো দলকে চাৰিখন নিৰপেক্ষ কেন্দ্ৰত মেচ খেলিব লাগিব।
  • টুৰ্নামেন্টত মুঠ ১১খন ডাব’ল হেডাৰ খেল হ’ব।
  • ডাব’ল হেডাৰৰ আবেলিৰ মেচবোৰ ৩বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’ব। সেইদৰে, সন্ধিয়াৰ মেচবোৰ ৭বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’ব।
  • আইপিএলৰ খেলসমূহ ৰুদ্ধদ্বাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু দৰ্শকৰ ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd