• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিচিচিআইৰ বাৰ্ষিক বঁটা ঘোষণাঃ গিল, দীপ্তিলৈ ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

জীৱনজোৰা সাধনা সন্মানেৰে সন্মানিত ফাৰুখ ইঞ্জিনিয়াৰ আৰু ৰবি শাস্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 9:10 pm
BCCI Awards 2024
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি ঘোষণা কৰে বাৰ্ষিক বঁটা বিজয়ীসকলৰ নাম। আজি হায়দৰাবাদত অনুষ্ঠিত হয় বিচিচিআইৰ এই বঁটা বিতৰণী অনুষ্ঠান।

এই বঁটা প্ৰদান অনুষ্ঠানত ছিজনটোত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত শুভমন গিলে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰ হিচাপে পলি উমৰিগৰ বঁটা লাভ কৰে।

Apply Now

ইফালে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰে দীপ্তি শৰ্মাই। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে লগতে ২০১৯-২০ বৰ্ষৰো শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰে।

বিগত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰৰ বঁটা লাভ কৰে ক্ৰমে জছপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিন, আৰু মহম্মদ ছামিয়ে।

সেইদৰে একেৰাহে দুবছৰৰ বাবে ক্ৰমে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ বঁটা লাভ কৰে স্মৃতি মান্ধানাই।

নৱোদিত তাৰকা যশস্বী জয়ছোৱালে লাভ কৰে ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী পুৰুষ খেলুৱৈৰ বঁটা। মহিলাৰ শাখাত এই বঁটা লাভ কৰে অমনজৌত কৌৰে।

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী খেলুৱৈৰ পুৰুষৰ শাখাত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষত বঁটা লাভ কৰে ক্ৰমে শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল আৰু মায়াংক আগৰৱালে।

আনহাতে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেককাৰী মহিলাৰ পুৰুষৰ শাখাত ২০২১-২২, ২০২০-২১, ২০১৯-২০ বৰ্ষত বঁটা লাভ কৰে ক্ৰমে এছ মেঘানা, শ্বেফালী বাৰ্মা আৰু প্ৰিয়া পুনিয়াই।

২০২২-২৩ বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে দিলীপ সৰদেছাই বঁটা লাভ কৰে ক্ৰমে অশ্বিন আৰু জয়ছোৱালে।

ঘৰুৱা ক্ৰিকেটৰ সীমিত অ’ভাৰৰ ফৰ্মেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা লাভ কৰে অসমৰ ৰিয়ান পৰাগে। (ভাৰত বনাম ৱেষ্ট ইণ্ডিজ) আৰ অশ্বিন

২০২১-২২, ২০২০-২১ বৰ্ষত একেলগে দুবাৰৰ বাবে ঋষি ধাৱানে আৰু ২০১৯-২০ বৰ্ষত বাবা অপৰাজিতে এই লালা অমৰনাথ বঁটা লাভ কৰে।

আনহাতে ৰঞ্জী ক্ৰিকেটত টেষ্ট ক্ৰিকেটত ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা লাভ কৰে সাৰংশ জৈনে। ২০২১-২২ত সাম্চ মূলানি আৰু ২০১৯-২০ত ত্ৰিপুৰাৰ এম বি মুৰাসিংহই এই সন্মান লাভ কৰে।

ৰঞ্জীৰ সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ২০২২-২৩ বৰ্ষৰ মাধৱৰাও সিন্ধিয়া বঁটা লাভ কৰে ক্ৰমে জলজ ছাক্সেনা আৰু মায়াংক আগৰৱালে।

বলাৰ হিচাপে এই মাধৱৰাও সিন্ধিয়া বঁটা ২০২১-২২ বৰ্ষত সাম্চ মূলানি আৰু ২০১৯-২০ত জয়দেৱ উনাদকাটে লাভ কৰে। বেটাৰৰ শাখাত ২০২১-২২ত ছৰফৰাজ খান আৰু ২০১৯-২০ত অৰুণাচলৰ ৰাহুল দালালে লাভ কৰে এই সন্মান।

দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুখ ইঞ্জিনিয়াৰ আৰু ৰবি শাস্ত্ৰীক চি কে নায়ুডু জীৱনজোৰা সাধনা সন্মানেৰে সন্মানিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd