• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ঘোষণা: অহা বছৰৰ পৰাই হ’ব মহিলা আইপিএল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2022 7:48 am
women
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইবছৰ ধৰি মহিলা আইপিএল অনুষ্ঠিত কৰা বিষয়কলৈ চৰ্চা চলিছিল। ভাৰতীয় ক্ৰিকেট বোৰ্ডেও এই সম্পৰ্কত তেওঁলোকৰ পৰিকল্পনা থকাৰ কথা সদৰী কৰিছিল যদিও কেতিয়া আৰম্ভ হ’ব সেয়া জনোৱা নাছিল।

কিন্তু এইবাৰ ভাৰতীয় ক্ৰিকেট বোৰ্ডে জানিবলৈ দিছে যে সকলো ঠিকে ঠাকে থাকিলে অহা বছৰৰ পৰাই মহিলা আইপিএল অনুষ্ঠিত কৰা হ’ব।

শুকুৰবাৰে আইপিএল গৱৰ্ণিং কাউন্সিলৰ বৈঠকৰ পিছত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, ‘’মহিলা আইপিএল অনুষ্ঠিত কৰিবলৈ বাৰ্ষিক সাধাৰণ সভা (এ জি এম)ৰ অনুমতিৰ প্ৰয়োজন। তাত সেউজ সংকেত পালেই অহা বছৰৰ পৰা এই টুৰ্ণামেন্ট আৰম্ভ কৰাৰ আশা কৰা হৈছে।‘’

Apply Now

লগতে পঢ়ক: বিহু নাচৰ কৰ্মশালাৰ সমান্তৰালকৈ এতিয়া ঢোল প্ৰস্তুত কৰা শিল্পীৰ দোকানতো বাঢ়িছে ব্যস্ততা

প্ৰথম বছৰত ছয়টা দলকলৈ মহিলা আইপিএল আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে ২০২৩চনত মহিলা আইপিএল আৰম্ভ কৰাৰ কথা জানিবলৈ দিছিল। এইবাৰ সেয়া প্ৰায় চূড়ান্ত হোৱাৰ পথত আগবাঢ়িছে।

শুকুৰবাৰে আইপিএলৰ অধ্যক্ষ ব্ৰীজেশ পেটেলে কয়,’’এইবাৰ পুনৰ আইপিএলৰ মাজত মহিলা ক্ৰিকেটাৰৰ মেচ চোৱাৰ সুযোগ পাব দৰ্শকসকলে। তিনিটা দলে মুঠ চাৰিখন প্ৰীতি মেচত অংশ ল’ব। আইপিএলৰ প্লে-অফৰ সময়ত এই মেচ কেইখন অনুষ্ঠিত হ’ব।‘’

লগতে পঢ়ক: হিলাৰী ক্লিন্টনৰ বিৰুদ্ধে কিয় গোচৰ তৰিলে ডোনাল্ড ট্ৰাম্পে?

যোৱা বছৰ ক’ভিডৰ বাবে আইপিএলৰ অন্তিম পৰ্ব ভাৰতত আয়োজন কৰা সম্ভৱ নহ’ল। সংযুক্ত আৰৱ আমিৰশ্বাহীত টুৰ্ণামেন্টখন অনুষ্ঠিত কৰা হয়। সেয়ে মহিলাসকলৰ প্ৰীতি মেচকেইখন অনুষ্ঠিত নহ’ল।

ইপিনে, এইবাৰ ২৬ মাৰ্চৰ পৰাই ভাৰতত আইপিএল অনুষ্ঠিত হ’ব। শনিবাৰে প্ৰথমখন মেচত যোৱাবাৰৰ চেম্পিয়ন চেন্নাইৰ মুখামুখি হ’ব ৰাণাৰ্ছ আপ কলকাতা নাইট ৰাইডাৰ্ছ।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd