• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোকাখাত আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী কাইফ’লাংচ জলপ্ৰপাতলৈ যাওঁতে সাৱধান হওক! ঘটিব পাৰে অঘটন…

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
December 19, 2024 4:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত আৰু মনোমোহা কাৰ্বি আংলঙৰ সীমান্তত  থকা পৰ্যটকৰ আকৰ্ষণ আৰু পিকনিকৰ বাবে প্ৰথম প্ৰচণ্ড হৈ উঠা কাইফ‘লাংচ‘ জলপ্ৰপাতলৈ যাওঁতে সাৱধান হওক আপুনি।

কিয়নো সামান্য অমনোযোগিতাৰ বাবে কাইফ‘লাংচ‘ জলপ্ৰপাতলৈ যোৱা পৰ্যটক হ‘ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন।

Apply Now

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কঁহৰাৰ পৰা মাত্ৰ ৪০ মিনিটৰ বাট এই কাইফ‘লাংচ‘ জলপ্ৰপাত প্ৰকৃততেই মেঘালয়ৰ কোনো এটা জলপ্ৰপাততকৈ কোনো গুণে কম নহয়।

সেয়ে প্ৰত্যেক বছৰেই বাঢ়ি আহিছে কাইফ‘লাংচ‘ত এটা দিন কটাই প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত বিলিন হ‘ব খোজা পৰ্যটকৰ সংখ্যা। লগতে বাঢ়িছে পিকনিক দলৰ সংখ্যাও।

কিন্তু পৰ্যটকৰ সুবিধাৰ নিৰ্মাণ কৰা ষ্টীল আৰু লোহাৰ দলঙখন দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত যিকোনো মূহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।

লগতে লোহাৰ দলঙখন বহু ঠাইত জহি-খহি গৈছে,  ভাগি পৰিছে ৰেলিং। আনকি জলপ্ৰপাতৰ ঠিক সন্মুখৰ ভাগত ৰেলিং ডাল  লাগি আছে অতি বিপদজনক ভাৱে।

ইতিমধ্যে এইবিষয়ত ব্যাপক চৰ্চা আৰম্ভ হৈছে সামাজিক মাধ্যমত।

কিন্তু দুৰ্ভাগ্য, এই ক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসন আৰু জলপ্ৰপাতটো পৰিচালনা কৰা কাৰ্বি আংলং অট‘ন‘মাচ কাউঞ্চিল কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্ত দিয়া নাই যথোচিত গুৰুত্ব। এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰাৰো যথেষ্ট কৰণীয় আছিল যদিও এইবোৰলৈ কাণসাৰ মন্ত্ৰী গৰাকীৰ।

ইফালে কাইফ‘লাংচ‘ জলপ্ৰপাতৰ জলৰাশিত সাঁতুৰিবলৈ গৈ কেইবাজনো ব্যক্তিৰ সলিল সমাধি ঘটাৰ দৰে ঘটনাও ম্লান কৰিব নোৱাৰা পৰ্যটকৰ আকৰ্ষণক ব্যাঘাট জন্মাব পাৰে এই মৰণফাণ্ড সদৃশ জহি-খহি যোৱা ৰেলিং,  ষ্টীল আৰু লোহাৰ দলঙখনৰ মুমূৰ্ষ অৱস্থাই।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাতি দূৰৈত অৱস্থিত এই কাকচাং বা কাইফ‘লাংচ‘ জলপ্ৰপাতে কাজিৰঙাৰ পৰ্যটনক প্ৰদান কৰিব পাৰে আন এক মাত্ৰা কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেয়া হৈ উঠাগৈ নাই কেৱল মাত্ৰ সু-পৰিকল্পনা আৰু আঁচনিৰ অভাৱত।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd