• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনৰ বাবে অসমবাসীয়ে লাভ কৰা নাই নতুন অসমীয়া কেলেণ্ডাৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 27, 2020 5:10 pm
অসমীয়া কেলেণ্ডাৰ

অসমীয়া কেলেণ্ডাৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজ জীৱনৰ এক অন্যতম প্ৰতীক অসমীয়া মাহৰ কেলেণ্ডাৰখন ৷ পৰম্পৰা আৰু লোকবিশ্বাসক  মানি অহা বৃহত্তৰ অসমীয়া জাতিয়ে অসমীয়া কেলেণ্ডাৰ খনত থকা বিভিন্ন তাৰিখ তথা বিধানৰ ওপৰত নিৰ্ভৰ কৰি বিবাহ কাৰ্য্য, ঘৰৰ বিভিন্ন শুভ কৰ্মকে ধৰি কৃষি ক্ষেত্ৰত মাটি কহোঁৱা, কঠিয়া ছটিওৱা আদিৰ কাম সুভ দিন-বাৰ চাই কৰি আহিছে৷

অসমীয়া কেলেণ্ডাৰ খনতে উল্লেখিত কিনা-বেচা তাৰিখত বহু অসমীয়া মানুহে ঘৰলৈ কিবা নতুন সম্পদ ক্ৰয় কৰা ইত্যাদি কাম বোৰ কৰে ৷ গাঁও-চহৰ অসমৰ প্ৰতিঘৰ ব্যক্তিৰ ঘৰৰ বেৰত অসমীয়া মাহৰ কেলেণ্ডাৰখন দেখা পোৱা যায়।

এক অৰ্থত অসমীয়া কেলেণ্ডাৰ খন অসমীয়া সমাজৰ অন্যতম এক বাটকটীয়া বুলি কলে বঢ়াই কোৱা নহয়।

কিন্তু এইবাৰ এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ পূৰ্বে চ’ত মাহৰ শেষ ভাগত প্ৰতিজন অসমীয়াৰ কাষ পায়হি এই কেলেণ্ডাৰ। সম্প্ৰতি বিশ্ব বিয়াপি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ জুৰি ল’কডাউন চলি থকাত এইবাৰ অসমীয়া মাহৰ কেলেণ্ডাৰ প্ৰকাশত পলম হয় যাৰ বাবে বহাগৰ এটা পষেক অতিক্ৰম কৰাৰ পাছতো কেলেণ্ডাৰখন জনসাধাৰণৰ হাতত পৰা নায়।

আনহাতে, অসমীয়া সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত দিক্ নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰা অসমীয়া কেলেণ্ডাৰখনৰ অভাৱত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে প্ৰতিজন অসমীয়া বিশেষকৈ গ্ৰাম্যাঞ্চলৰ চহা ৰাইজ।

আশা কৰা হৈছে ল’কডাউন শেষ হোৱাৰ লগে লগে প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰত নতুন অসমীয়া কেলেণ্ডাৰ খন শোভা বৰ্দ্ধন কৰিব।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd