• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 21, 2021 2:54 pm
20210121_135407

প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতাৰে বাৰ লাচিত সেনাই সংবাদমেলত প্ৰদৰ্শন কৰে ক'লা পতাকা। ফটো: নৰ্থইষ্ট নাও। ফটো: ন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিৱসাগৰ ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰে বীৰ লাচিত সেনাই।

বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলৰ মাজতে ক’লা পতাকা প্ৰদৰ্শন কৰি মোডীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰে সংগঠনটোৱে।

Apply Now

ইয়াৰ পূৰ্বে যিমানবাৰ  প্ৰধানমন্ত্ৰী অসমলৈ আহিছে সিমানবাৰ অসমীয়া ৰাইজক প্ৰতাৰণা কৰিছে বুলি কয় বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাই।

তেওঁ কয়, ‘’ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণলৈ আহি ১৬ মে’ত সকলো বিদেশীয়ে টালি টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত কা’ প্ৰৱৰ্তন কৰি অসমত হিন্দু বাংলাদেশী সংস্থাপন দি অসমক প্ৰতাৰণা কৰিলে। ইয়াৰ পিছতেই অসমৰ উদ্যোগসমুহ অসমৰ সম্পদসমুহ ব্যক্তিগতকৰণ কৰিলে।‘’

মাটিৰ পট্টা দিয়াৰ নামত বিজেপিয়ে প্ৰধানমন্ত্ৰীক আনি এডভাৰ্টাইজিং কৰা বুলি অভিযোগ কৰে বীৰ লাচিত সেনাই।

জিলা সভাপতিগৰাকীয়ে কয় যে অসমত জন্মলাভ কৰা প্ৰতিজন খিলঞ্জীয়াই ভূমি পট্টা পোৱাটো তেওঁলোকৰ পাপ্য অধিকাৰ। তাৰ বাবে অসম চৰকাৰৰ এটা বিভাগ আছে আৰু সেই বিভাগে ভূমি পট্টা প্ৰদান কৰিব পাৰে। কিন্তু ভূমি পট্টা প্ৰদানৰ নামত সভা অনুষ্ঠিত কৰি লাখ লাখ টকা খৰচ কৰি প্ৰধানমন্ত্ৰীক আনি বিজেপিয়ে এডভাৰ্টাইজিং কৰিছে।

সংগঠনটোৰ দাবী নৰেন্দ্ৰ মোডীৰ এ ফৰ আচামৰ যি শ্লগান, সেয়া এতিয়া এ ফৰ অচামৰ পিছত আম্বানি বনোৱাৰ এক গভীৰ ষাড়যন্ত্ৰ লুকাই আছে।

তেওঁ লগতে কয়, শিৱসাগৰৰ জেৰেঙা পথাৰ এখন পবিত্ৰ ঠাই। জেৰেঙা পথাৰে হিন্দুত্ববাদী ৰাজনীতি গ্ৰহণ নকৰে। জেৰেঙা পথাৰত সতী জয়মতীৰ ইতিহাস বিজড়িত হৈ আছে।

এই পবিত্ৰ জেৰেঙা পথাৰলৈ আহি নৰেন্দ্ৰ মোডীয়ে মিছা কথা কৈ অসমীয়া মানুহৰ আৱেগৰ লগত যাতে ধেমালি নকৰে তাৰ বাবে সকীয়াই দিয়ে বীৰ লাচিত সেনাই।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd