• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 11:57 am
Bengal youth jailed in Nepal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো নতুন ঠাই ভ্ৰমণ কৰাৰ এক দুৰ্বাহ হাবিয়াস সাধাৰণতেই সকলোতে থাকে। নেদেখা ঠাই চোৱাৰ, নতুন ঠাইৰ নতুন কথা শিকাৰ এই হাবিয়াসৰ বাবে ভ্ৰমণবিলাসী হৈ পৰে বহু লোক। এনে হাবিয়াসৰ বাবেই নেপাল ভ্ৰমণ কৰিছিল পশ্চিম বংগৰ এজন যুৱকে।

কিন্তু যুৱকজনৰ এই নেপাল ভ্ৰমণ সুখকৰ নহ’ল যুৱকজনৰ বাবে। নেপালৰ কাৰাগাৰৰ বন্ধ কুঠৰীত এতিয়া দিন কটাবলগীয়া হৈছে এই যুৱকজনে। পেছাত ফটোগ্ৰাফাৰ এই যুৱকজনে লগত আমেৰিকান ডলাৰৰ নোটৰ প্ৰিণ্টআউট নিয়াৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছে।

Apply Now

পশ্চিম বংগৰ হাওৰা জিলাৰ ছালকিয়াৰ বাসিন্দা দুৰ্লভ ৰয় চৌধুৰী নামৰ এই যুৱকজন ২৪ নৱেম্বৰৰ পৰা নেপালত কাৰাবন্দী হৈ আছে। যুৱকজনে জানিবলৈ দিয়া মতে তেওঁৰ এখন চুটি ছবিৰ দৃশ্যায়নৰ বাবে ডলাৰ নোটৰ প্ৰিণ্টআউটখিনি লগত নিছিল।

যুৱকজনে কয় যে নেপাল যাত্ৰাৰ সময়ত প্ৰতিটো চেকপইণ্টতে তেওঁ নিৰাপত্তাকৰ্মী সকলক এই নোটসমূহ দেখুৱাই তেওঁৰ উদ্দেশ্য জানিবলৈ দিছিল আৰু তেওঁলোকেও কোনো বাধা প্ৰদান নকৰি অনুমতি দিছিল। কিন্তু চন্দ্ৰগড়ী বিমানবন্দৰত কৰ্তৃপক্ষই তেওঁক এটা কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আৰক্ষীয়ে আটক কৰে।

দুৰ্লভ ৰয় নামৰ যুৱকজনে লগতে তেওঁক কাৰাগাৰৰ প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলিও অভিযোগ কৰিছে। তেওঁ লগতে কয় যে ২৪ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ ২০ দিন পৰ্যন্ত আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।

“মোক নেপালী আৰক্ষীয়ে জন্তুৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে মোক কেইবা সপ্তাহ ধৰি ভাৰতত থকা মোৰ মাক ফোন কৰিবলৈ বা আন কাৰো সৈতে কথা পাতিবলৈ অনুমতি দিয়া নাছিল। প্ৰথম কেইসপ্তাহমান মোক ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। ফলত মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছতহে তেওঁলোক মোৰ প্ৰতি সদয় হৈছিল।”- যুৱকজনে লগতে কয়।

আনহাতে ভাষাৰ ক্ষেত্ৰতো এক সমস্যাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি যুৱকজনে কয় যে তেওঁ আৰক্ষীক সকলো নথিপত্ৰ পৰীক্ষা কৰিবলৈ দিয়াৰ পিছতো আৰক্ষীয়ে একো বুজি পোৱা নাছিল।তদুপৰি আৰক্ষীয়ে তেওঁক কোনো বুজিব নোৱাৰা ভাষাত লিখা কাগজত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছে বুলিও ৰয় চৌধুৰীয়ে অভিযোগ কৰিছে।

নেপালত থকা ভাৰতীয় দূতাবাসৰ পৰা সহায়ৰ আশাত যুৱকজনে কেইবাবাৰো যোগাযোগ কৰিছে যদিও এজন অধিবক্তাৰ যোগাৰ কৰি দিয়াৰ বাদে আন কোনো সহায় লাভ কৰা নাই বুলি তেওঁ ক্ষোভ উজাৰে।

উল্লেখ্য যে যুৱকজনৰ গোচৰ সন্দৰ্ভত আদালতত আজি শুনানি হ’ব। নিজকে নিৰ্দোষী আৰু কোনো অবৈধ কাম কৰা নাই বুলি দাবী কৰি মুক্তিৰ আশা কৰিছে দুৰ্লভ ৰয় চৌধুৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd