• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালী লোকসকলে পৰেশ বৰুৱাৰ হুংকাৰক ভয় কৰাৰ কোনো প্ৰয়োজন নাই : প্ৰদীপ দত্ত ৰয়

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 14, 2018 3:36 pm
q-1-750x375

সদৌ কাছাৰ-কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা তথা তাৰ সমৰ্থনত গুৱাহাটীত একত্ৰিত হৈ অভিৱৰ্তন কৰিব খোজা সংগঠনবোৰক লক্ষ্য কৰি শনিবাৰে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত আলফা(স্বা)ই বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যক উভটি ধৰিছে সদৌ কাছাৰ-কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্ত ৰয়ে অসমত বাস কৰা সকলো বাঙালী লোকক উদ্দেশ্যি কয় যে পৰেশ বৰুৱা তথা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৰ এনে কাপুৰুষালি কাৰ্যত বাঙালী সম্প্ৰদায়ৰ লোকে কোনো ধৰণৰ ভয় তথা শংকা কৰাৰ প্ৰয়োজন নাই।

Apply Now

আজি শিলচৰস্থিত নিজ বাসগৃহত প্ৰদীপ দত্ত ৰয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, ‘পৰেশ বৰুৱাই জীৱনৰ অধিক কাল সময় বাংলাদেশৰ বাঙালী লোকসকলৰ মাজতে কটাইছে আৰু এতিয়া সেই বাঙালীৰে বিৰুদ্ধাচৰণ কৰিছে।  গুৱাহটী মহানগৰীত এনে ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিবলৈ পৰেশ বৰুৱা তথা তেওঁৰ সংগঠনৰ এতিয়া কোনো গণ ভিত্তি নাই’।

তেওঁ লগতে কয় যে এই শীতকালীন অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন হ’ব আৰু বিধেয়কখন বিনা দ্বিধাই গৃহীত হ’ব। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ একত্ৰিত কৰাৰ চেষ্টা চলাই আছে আৰু সেয়ে মুখ্য মন্ত্ৰীগৰাকীয়েও এই বিধেয়কখন গৃহীত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আনহাতে এ আই য়ু ডি এফ প্ৰমুখ বদৰুদ্দিন আজমলে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিলে অসমত বাস কৰা অসমীয়া লোকসকলৰ প্ৰতি চৰম ভাবুকি নামি আহিব বুলি অলপতে কৰা মন্তব্যৰ বিৰুদ্ধেও ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি ৰয়ে সৰৱ হৈ পৰা দেখা যায়।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত তেওঁ কয় যে এনেধৰণৰ মন্তব্যই অসমত বাস কৰা অসমীয়া আৰু বাঙালী সমুদায়ৰ মাজত বিভেদৰ সৃষ্টি কৰাৰ উপৰি সাম্প্ৰদায়িক সংঘৰ্ষৰো সৃষ্টি কৰিব পাৰে।

‘যদিহে অসমত হিন্দু বাংলাদেশী আৰু অসমীয়াসকলে একত্ৰিত তথা মিলাপ্ৰীতিৰে বসবাস নকৰে তেন্তে অসম এদিন বাংলাদেশৰ হাতলৈ গুছি যাব’। এনেদৰে তাৎপৰ্যমূলক মন্তব্য কৰে প্ৰদীপ দত্ত ৰয়ে।

আনহাতে বদৰুদ্দিন আজমল হৈছে এজন ব্যৱসায়ী গতিকে তেওঁ ব্যৱসায়ৰ স্বাৰ্থত এনেধৰণৰ তুলুঙা মন্তব্য কৰিবই সেয়ে আজমলৰ মন্তব্যক কোনেও গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব নালাগে বুলিও ৰয়ে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনায়।

তেওঁ লগতে কয় যে বাঙালী আৰু অসমীয়া লোকে মিলাপ্ৰীতি তথা সম্প্ৰীতিৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে আৰু তেনে সময়তে উগ্ৰপন্থী সংগঠন তথা ৰাজনীতিবিদ সকলৰ পৰা অহা এনে মন্তব্যই অসমৰ শান্তি-সম্প্ৰীতিত বেয়াকৈ ব্যাঘাট জন্মাব পাৰে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd