• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2021 8:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰু আৰু চিমলা ভাৰতৰ আটাইতকৈ বসবাসৰ বাবে স্বাচ্ছন্দ্যজনক চহৰ।

আনহাতে, ইন্দোৰ আৰু নতুন দিল্লী আটাইতকৈ শ্ৰেষ্ঠ মিউনিচিপালিটি।

Apply Now

বুধবাৰে এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ হাউচিং আৰু আৰবান এফেয়াৰ্ছ মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে।

মুঠ ১১১খন চহৰক দুভাগত ভাগ কৰি জীৱনধাৰণৰ স্বাচ্ছন্দ্য তথা ‘এজ অৱ লিভিং ইনডেক্স’ৰ জৰীপ চলোৱা হৈছিল।

প্ৰথমভাগত ১ মিলিয়নৰ অধিক লোকে বাস কৰা চহৰক লোৱা হৈছিল আৰু আনটো ভাগত ১ মিলিয়নতকৈ কম।

জীৱনধাৰণৰ স্বাচ্ছন্দ্য আৰু মিউনিচিপালিটী পাৰফৰমেঞ্চ ইনডেক্স ২০২০ৰ ভিত্তিত এই তথ্যখিনি পোৱা হয়।

জৰীপটোত চহৰসমূহত বাস কৰা জীৱনধাৰণৰ মানদণ্ড, অৰ্থনৈতিক অৱস্থা, সুৰক্ষাৰ ভিত্তিত এই তালিকাখন প্ৰস্তুত কৰা হয়।

এক মিলিয়নতকৈ অধিক লোকে বাস কৰা পুনে, আহমেদাবাদ, চেন্নাই, চুৰাট, নেভী মুম্বাই, কইম্বাটোৰ, বদোদৰা, ইন্দোৰ আৰু গ্ৰেটাৰ মুম্বাইয়ে তালিকাখনৰ শীৰ্ষ স্থান লাভ কৰিছে।

আনহাতে চিমলা, ভুৱনেশ্বৰ, চিলভাচা, কাকিনাদা, চালেম, ভেল্ল’ৰ, গান্ধীনগৰ, গুৰুগ্ৰাম, ডেভাংগেৰে আৰু তিৰুচিৰাপ্পাল্লীয়ে এক মিলিয়নতকৈ কম লোকে বাস কৰা চহৰৰ তালিকাখনত শীৰ্ষ স্থান লাভ কৰিছে।

‘এজ অৱ লিভিং ইনডেক্স’ৰ লগতে ভাৰতত প্ৰথমবাৰৰ বাবে জৰীপ চলোৱা ‘মিউনিচিপালিটী পাৰ্ফৰমেঞ্চ ইনডেক্সে’ ১১১ খন মিউনিচিপালিটীৰ ভিতৰত নতুন দিল্লীয়ে শীৰ্ষ স্থান লাভ কৰিছে।

মিউনিচিপালিটীসমূহৰ ব্যৱস্থা, কাৰ্যপদ্ধতি, জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা, সুৰক্ষা, প্ৰযুক্তিগত সফলতা আৰু প্ৰশাসনিক বিষয়সমূহক কেন্দ্ৰ কৰি এই জৰীপটো চলোৱা হৈছিল।

‘মিউনিচিপালিটী পাৰ্ফৰমেঞ্চ ইনডেক্স’তো চহৰসমূহত এক মিলিয়ন জনসংখ্যাক ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছিল।

এক মিলিয়নৰ অধিক লোকে বাস কৰা চহৰ হিচাপে ইন্দোৰ, ছুৰাট আৰু ভুপালে এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে।

আনহাতে এক মিলিয়নৰ কম লোকে বাস কৰা তালিকাত নতুন দিল্লী, তিৰুপতি, গান্ধীনগৰে শীৰ্ষস্থান লাভ কৰে।

এই জৰীপটো ২০২০ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈকে চলোৱা হৈছিল।

১১১খন চহৰৰ মুঠ ৩২.২ লাখ লোকে এই জৰীপটোত অংশ গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd