DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্ৰম’নিয়েল ছাইটৰ “বন্ধু”ৱে মহিলাৰ পৰা লুটিলে ৫.৬লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 11:47 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বেংগালুৰুৰ মহিলাৰ পৰা মেট্ৰম’নিয়েল ছাইটত বন্ধুত্ব পতা এজন লোকে ৫.৬ লাখ টকা লুটি নিয়াৰ এক ঘটনা সংঘটিত হৈছে।

৪৬ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ বাবে পাত্ৰ বিচাৰি ২০১৯ চনত ছাইটটোত চাইন আপ কৰিছিল।

সেই বছৰৰে আগষ্টত ৰেয়াংশ দীনেশ আচাৰ্য্য পৰিচয়েৰে এজন ব্যক্তিয়ে ছাইটটোত তেওঁৰ সৈতে চিনাকি হয়।

দুয়োজনৰে ফোন নম্বৰৰ বিনিময় হয় আৰু তেওঁলোকৰ মাজত কথা-বাৰ্তাও হয়।

ব্যক্তিজনে নিজকে ইংলেণ্ডত থকা বুলি পৰিচয় দিয়ে আৰু মহিলাগৰাকীৰ মতে তেওঁৰ ফোন নম্বৰটো ইংলেণ্ডৰ আই এছ ডি ক’ডযুক্ত আছিল।

পিছত তেওঁ মহিলাগৰাকীক কয় যে তেওঁৰ দেউতাক এখন মালয়েছিয়ান ফাৰ্মৰ কৰ্মচাৰী আছিল। দেউতাকৰ তিনি বছৰ পূৰ্বে মৃত্যু ঘটিছে আৰু তেওঁ ফাৰ্মখনত বহু ধন এৰি থৈ গৈছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ব্যক্তিজনে তেওঁক মালয়েছিয়াৰ পৰা দেউতাকৰ ধনখিনি মোকলাই আনিবলৈ যোৱা বুলি অৱগত কৰিছিল।

পিছত তেওঁ দেউতাকৰ ধনখিনি মোকলোৱাৰ বাবে দিব লগা বিভিন্ন ফীজৰ কাৰণে মহিলাগৰাকীৰ পৰা সহায় বিচাৰে।

আৰু মহিলাগৰাকীয়ে অনলাইনযোগে ৫.৬লাখ টকা তেওঁক দিয়ে।

পিছত যোৱা ৬ মে’ত মহিলাগৰাকীয়ে অৰ্চনা নামৰ শুল্ক বিষয়া বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰ পৰা এটা ফোন লাভ কৰে।

মালয়েছিয়াৰ পৰা অহা ধন মোকলাই দিয়াৰ বাবে তেওঁক ৭৪,০০০ টকা অনলাইনযোগে পৰিশোধ কৰিবলৈ কোৱা হয়।

তেতিয়া মহিলাগৰাকীৰ মনত সন্দেহ হয় আৰু সম্পৰ্কীয় লোক আৰু বন্ধুবৰ্গক এই বিষয়ে জনায়।

সকলোৰে পৰামৰ্শত মহিলাগৰাকীয়ে অৱশেষত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Recent News

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

Ajit Kumar Bhuyan

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd