• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বেটী’ৰ সুৰক্ষা সুদূৰপৰাহত! যৌতুকৰ দাবীৰে নিৰ্যাতনৰ বলি খোদ ‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ মল্লযুঁজাৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 9:40 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ শ্ল’গানতে সীমাবদ্ধ আছে কেন্দ্ৰৰ অভিনৱ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযান। শাসনলৈ আহিয়েই ‘বেটী বচাও, বেটী পঢ়াও’ শ্ল’গান আওৰাই নাৰী সুৰক্ষা তথা নাৰী শিক্ষাৰ ঢাকঢোল কোবোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত পিছে শ্ল’গানৰ ওলোটাহে হ’ল বাস্তৱিক পৰিস্থিতি।

খোদ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনেই ফাদিল কৰিছে দেশত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ তথ্য। এই প্ৰতিবেদনেই কেন্দ্ৰৰ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ চমক অসাৰ প্ৰতিপন্ন কৰিছে। 

Apply Now

শেহতীয়াকৈ পোহৰলৈ অহা আন এক ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ব্যৰ্থতাক সম্পূৰ্ণকৈ উদঙাই দিছে। এইবাৰ যৌতুকৰ দাবীৰে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলিছে খোদ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ এগৰাকী ব্ৰেণ্ড এম্বেছাদৰে।

‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ ৰাণী ৰানা নামৰ এগৰাকী মহিলা মল্লযুঁজাৰুৱে স্বামীগৃহৰ বিৰুদ্ধে তুলিছে যৌতুক দাবী কৰি শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ। ইতিমধ্যে মল্লযুঁজাৰুগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰা মতে, যৌতুকৰ বাবে তেওঁক স্বামীৰ পৰিয়ালে প্ৰহাৰ কৰিছে আৰু ইয়াৰ ফলত তেওঁৰ অনুশীলনত বিৰূপ প্ৰভাৱ পৰিছে। কেৱল সিমানেই নহয়, তেওঁক ঘৰৰ পৰা উলিয়াই পঠোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ ভাষ্য মতে, ৰাণাৰ স্বামী এটা জিমৰ পৰিচালক। জিম খুলিবলৈ তেওঁ ৰাণাক ধন দাবী কৰি আহিছিল আৰু ধন যোগান নধৰাৰ বাবে ৰাণাক মাৰপিট কৰিছে। এনে নিৰ্যাতনৰ বাবে বৰ্তমান পিতৃগৃহত থাকিবলৈ বাধ্য হৈছে ৰাণা।

এই সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ৰাণী ৰাণাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ স্বামী, শাহুৱেক আৰু শহুৰেকৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ, চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ

লগতে পঢ়কঃ প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই 

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd