• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্য খেলত ট্ৰায়েলৰ ব্যৱস্থা নাই কিন্তু বক্সিঙত কিয়? মেৰীকমৰ প্ৰশ্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 22, 2019 10:18 am

2 min read

File photo: Boxer MC Mary Kom

বক্সাৰ মেৰীকমৰ ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ যিকোনো সৰ্ববৃহৎ প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতত বক্সিঙৰ বাহিৰে আন কোনো খেলতে ট্ৰায়েলৰ ব্যৱস্থা নাই। প্ৰতিযোগিতাৰ পূৰ্বে বক্সাৰসকলে ট্ৰায়েলত অৱতীৰ্ণ হ’ব লগা ব্যৱস্থাটো ঠিক নহয় বুলি মন্তব্য কৰিছে ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰীকমে।

ৰাছিয়াত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়শ্বিপৰ বাবে মেৰীকমৰ ৫১ কেজি ওজন শাখাৰ ট্ৰায়েল বাতিল কৰিছিল ভাৰতীয় বক্সিং ফেডাৰেশ্যনে (বি এফ আই) আৰু পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিযোগিতাখনৰ বাবে তেওঁৰ নাম প্ৰেৰণ কৰে।

ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ গৰাকী বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাৰ পাছতে খেলুৱৈৰ লগতে বিভিন্ন জনে ট্ৰায়েল ব্যৱস্থা সম্পৰ্কত বি এফ আইক প্ৰশ্ন উত্থাপন কৰিছিল।

অল ইণ্ডিয়া গেমিং ফেডাৰেশ্যনে আয়োজন কৰা অনুষ্ঠানত সাংবাদিকে ট্ৰায়েল সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘সিদ্ধান্ত ল’ব পৰা ক্ষমতা মোৰ নাই। এই সম্পূৰ্ণ ব্যৱস্থাটো বি এফ আইৰ হাতত’।

বক্সাৰ গৰাকীয়ে লগতে কয়, ‘যিয়ে ভাল প্ৰদৰ্শন আগবঢ়াই আছে তেওঁৰ বাবে ট্ৰায়েলৰ প্ৰয়োজন নাই, তেওঁলোকক প্ৰত্যক্ষভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দিব লাগে’।

ট্ৰায়েল সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ বেডমিণ্টনৰ উদাহৰণ দি কয় যে আপোনালোকে কেতিয়াবা পি ভি সিন্ধু আৰু ছাইনা নেহৱালে ট্ৰায়েল দিয়া দেখিছেনে?

দেশৰ এইগৰাকী মহান বক্সাৰে ট্ৰায়েল সম্পৰ্কে কৰা মন্তব্যক বি এফ আয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd