• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ডিমা হাচাওত; অৰ্ধশতাধিক কংগ্ৰেছ নেতা-কৰ্মী আটক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 10, 2018 5:06 pm
20180910_122032

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাৰ্বত্য জিলা ডিমা হাচাওতো সৰ্ব্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়।

আনহাতে আজিৰ এই বন্ধত দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে ৰে’ল চলাচলও সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে।

Apply Now

হাফলঙত  ডিমা হাচাও জিলা  কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাৰ নেতৃত্বত কংগ্ৰেছ নেতাকৰ্মী সকলে ৰাজপথত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে  প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত হাফলং আৰক্ষীয়ে জিলা সভাপতি নিৰ্মল লাঙঠাচাকে ধৰি জিলা কংগ্ৰেছৰ প্ৰায় অৰ্ধশতাধিক নেতা-কৰ্মীক আটক কৰি থানালৈ লৈ যায়।

আটক হোৱা লোকসকল হ’ল অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষা চফিয়া খানৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাঙঠাচা, সাধাৰন সচিব কালিজয় চেঙগুইন, প্ৰাক্তন চি ই এম দেপ’লাল হোজাই, প্ৰাক্তন ই এম লক্ষ্যমণি লাঙঠাচা, যুব কংগ্ৰেছী নেতা ড্যানিয়াল লাঙঠাচা, জ্যাক দাওলাগুপু,  মহিলা কংগ্ৰেছ নেত্ৰী ধনমায়া ফং’ল, তুলচি প্ৰসাদ উপাধ্যায়কে ধৰি প্ৰায় পঞ্চাশ গৰাকী কংগ্ৰেছী নেতা-কৰ্মী।

হাফলং আৰক্ষী থানা চৌহদত জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাই কয় যে বিজেপি চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা নাইকিয়া হৈছে। যাৰ প্ৰমাণ আজিৰ এই বন্ধ। দেশজুৰি ৰাইজে বন্ধৰ সমৰ্থন জনাইছে। ৫৬ ইঞ্চিৰ মানুহগৰাকী এতিয়া ক’ত? তেওঁ কিয় এই বন্ধ মানি ল’ব পৰা নাই বুলিও লাঙঠাচাই বিজেপিক কটাক্ষ কৰে।

লাঙঠাচাই লগতে কয় যে অকল তেলৰ দাম বৃদ্ধি নহয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰন ৰাইজ জীয়াই থকাটো কঠিন হৈ পৰিছে। যাৰ প্ৰত্যুত্তৰ সাধাৰণ ৰাইজে অহা লোকসভা নিৰ্বাচনত দিব বুলি কয়। ইয়াৰ বাহিৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত বিজেপি দলে জবাব দিব লাগিব।

আনহাতে লাঙটিঙত  বন্ধক  কেন্দ্ৰ কৰি এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লাঙটিঙত বিজেপি নেতা-কৰ্মীসকলে জোৰকৈ দোকান খোলাৰ কাৰণে ওলায় আহে। এই কাৰ্যৰ লগে লগে কংগ্ৰেছ নেতা-কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। লগে লগে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি কংগ্ৰেছ কৰ্মীসকলক আটক কৰে। লাঙটিঙৰ বাহিৰে হাৰাঙ্গাজাও, উমৰাঙচু, মাহুৰ মাইবাঙতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

আনহাতে যুৱ কংগ্ৰেছী নেতা ড্যানিয়াল লাঙঠাচাই কয় যে আজি অসমৰ ভিতৰত আটাইতকৈ বেছি পেট্ৰ’লৰ দাম হাফলঙত। তেওঁ কয় যে বিজেপি চৰকাৰে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই সহস্ৰাধিক কৰ্মচাৰীৰ দৰমহা দিব পৰা নাই কিন্তু তেল বা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি কৰি আছে। তাৰ প্ৰতিবাদত আজিৰ এই বন্ধৰ আহ্বান জনোৱা হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd