• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৃষকৰ আহ্বানত কাইলৈ দেশ জুৰি ভাৰত বন্ধ : কেই বজাত আৰম্ভ হৈ কেইবজাত সামৰণি পৰিব এই বন্ধ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 7, 2020 5:12 pm

2 min read

bharatiya-during-protest-tikait-leader-rajesh-against_8427764c-386c-11eb-9f36-50fd60b20345
932
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত কাইলৈ অৰ্থাৎ ৮ ডিচেম্বৰত দেশৰ কৃষক সংগঠনসমূহে দেশ জুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

উল্লেখ্য যে কৃষি আইন বাতিলৰ দাবীত দিল্লীৰ লগতে ইয়াৰ সীমান্তৰ সংযোগী এলেকাবোৰত বিগত ১১ দিনে নিৰন্তৰ শান্তিপূৰ্ণ প্ৰতিবাদ সাৱ্স্ত্য কৰি আহিছে দেশৰ কেবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে।

ইতমিধ্য কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষক সংগঠনসমূহে পাঁচলানিকৈ আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও আটাইকেইলানি আলোচনাই ব্যৰ্থ হৈছে।

আলোচনাসমূহ চলি থকাৰ মাজতে প্ৰতিবাদী কৃষকসকলে ভাৰত বন্ধৰ আহ্বান জনাইছিল। পঞ্চম লানি আলোচনা সফল হ’লে কৃষক সংগঠনসমূহে ভাৰত বন্ধ উঠাই ল’ব বুলি ঘোষণা কৰিছিল যদিও সেই লানি আলোচনাও বিফল হোৱাত ভাৰত বন্ধ প্ৰত্যাহাৰ নকৰিলে দেশৰ প্ৰতিবাদী কৃষক সংগঠনসমূহে।

ইফালে ভাৰতীয় কৃষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে সংবাদ প্ৰতিষ্ঠান এনআইএৰ আগত কয় যে ৮ ডিচেম্বৰৰ ভাৰত বন্ধ পুৱা ১১  বজাৰ পৰা বিয়লি ৩ বজালৈ বলৱৎ হ’ব।

মুখপাত্ৰ গৰাকীৰ মতে অফিত-কাছাৰীসমূহ যাতে সুচাৰুৰূপে চলিব পাৰে তাৰ বাবেই বন্ধৰ সূচী এইদৰে তৈয়াৰ কৰা হৈছে।

“আমি বিচৰা নাই যে আমাৰ বন্ধৰ বাবে সাধাৰণ লোকসকল সমস্যাত পৰক। সেয়ে আমি পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ বন্ধৰ আহ্বান জনাইছো। যাতে কাৰ্যালয়সমূহতো প্ৰভাৱ নপৰে।” ৰাকেশ টিকেইটে কয়।

আনহাতে, পৰিবহণ সেৱা আৰু বেংকিং ছেক্টৰসমূহত বন্ধৰ প্ৰভাৱ পৰিব বুলি ধৰাণা কৰা হৈছে। ইফালে স্বাস্থ্য সেৱা, বিবাহ আদিত জড়িত পৰিবহণ সেৱাসমূহ স্বাভাৱিকভাৱে চলি থাকিব বুলি জনাইছে তেওঁ।

“এয়া হৈছ প্ৰতীকাত্মক প্ৰতিবাদ। ইয়াৰ দ্বাৰা আমি যে চৰকাৰৰ নীতিসমূহক সমৰ্থন নকৰো সেয়াহে জনাব খোজা হৈছে।” টিকাইটে কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd