• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ আশাত চেঁচাপানী পৰিল, অসমত সফল হ’ল ভাৰত জোড়ো ন্যায় যাত্ৰা – সংবাদমেলত প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 6:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪- নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসম তথা গুৱাহাটীৰ মাজেৰে যাওঁতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানান ধৰণে বিধি পথালি দি উক্ত যাত্ৰাক হেঙাৰ দিবলৈ গভীৰ প্ৰচেষ্টা চলাইছিল। কিন্তু হিতে বিপৰীত হৈ ভাৰত জোড়ো ন্যায় যাত্ৰাই বহুমুখী প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হ’ল বুলি এক বিবৃত্তিযোগে অসম প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়ে।

আনকি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ নামত যি উন্মাদ পৰিৱেশৰ সৃষ্টি কৰি সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালনা কৰাৰ বাবে যত্ন কৰা হৈছিল তাতো চেচাঁ পানী পৰিল বুলি দাবী জনায় প্ৰদেশ কংগ্ৰেছে। 

Apply Now

বিবৃত্তিটোত অসম প্ৰদেশ কংগ্ৰেছে লিখিছে, “অসমত ৰাম মন্দিৰৰ নামত সৃষ্টি হোৱা উন্মাদ পৰিৱেশ একেদিনাই নি:শেষ হৈ য়োৱাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰিলো। কাৰণ তেখেতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি প্ৰতিশোধমূলক আচৰণ লোৱাৰ বাবেহে আমাৰ দলৰ প্ৰচাৰ তীব্ৰ ৰূপত বৃদ্ধি পালে। মুখ্যমন্ত্ৰী গৰাকীয়ে বৰদোৱাত শ্ৰীন্ৰী শংকৰদেৱৰ থান দৰ্শনত ৰাহুল গান্ধীক লেতেৰা কৃটনীতি কৰি ৰাহুল গান্ধী ডাঙৰীয়াৰ বাধা দিয়াৰ পাছত এতিয়া কামাখ্যা মন্দিৰ, হাজোৰ পোৱা মন্ধা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু বৰপেটা সত্ৰত নোসোমালে বুলি যি উচ্চ বাক্য কৰিছে সেই সম্পৰ্কে আমি কব খোজো যে উক্ত ধৰ্মস্থান সমূহতো ৰাহুল গান্ধীৰ প্ৰৱেশত বাধা দিয়া নহলে ৰাহুল গান্ধীজীয়ে নিশ্চয় তালৈ গলহেতেন। এতিয়া তেখেতে স্পষ্টীকৰণ দি কওক যে বটদ্ৰৱাৰ থানত ৰাহুল গান্ধীজীক প্ৰৱেশ বাধা দিয়াত তেখেতৰ কোনো ষড়যন্ত্ৰ কৰিছিল তাকেই ধাকি ৰাখিবলৈ এতিয়া ৰাহুল গান্ধীজীয়ে লংপেন্ট চাৰ্ট পিন্ধি বটদ্ৰৱা থানলৈ যাব ওলাইছিল বুলি যি তৰল প্ৰসংগ আনিছে। বটদ্ৰৱাত প্ৰৱেশত অনুমতি পালে ৰাহুল গান্ধীজীয়ে ধুতি কুৰ্টা পিন্ধিয়েই প্ৰৱেশ কৰিলেহেতেন। এই কথা আমি দায়িত্ব সহকাৰে কৈছো।

লগতে বিবৃত্তিটোত কোৱা হৈছে, “ গুৱাহাটী মহনগৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰা জৰিয়তে মুখ্যমন্ত্ৰীয়ে যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছিল তাকেই ধাকি ৰাখিবলৈ এতিয়া ৰাহুল গান্ধীজীৰ ওপৰত গোচৰ জাপি নিজৰ দুৰ্বলতাক নিজেই উদঙাই দেখুৱাইছে। ৰাহুল গান্ধীজীক গ্ৰেপ্তাৰৰ প্ৰসঙ্গত তেখেতে আইনৰ উৰ্দ্ধাত পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে পুলিচ প্ৰশাসনক গোচৰ পঞ্জীয়ন কৰিবলৈ নকলে অসম পুলিচ প্ৰশাসনে আইন উলংঘা হৈছেনে নাই তাক পৰীক্ষণ কৰিবলৈ পুলিচ বিভাগ অপাৰগ নেকি? পুলিচৰ ঘটনাৰ সবিশেষ পুংখানু পুংখ নকৰাকৈ কোন তাৰিখে গ্ৰেপ্তাৰ কৰিব তাক প্ৰকাশ কৰা আৰু গোচৰ পঞ্জীয়ন কৰাটো কিমান যুক্তি সংগত? ৰাহুল গান্ধীজীয়ে বিদায় পৰত অসমৰ মুখ্যমন্ত্ৰীক যিমান পাৰে গোচৰ ৰুজু কৰিবলৈ আহবান জনোৱাৰ কথাটোক আমিও আদৰণি জনাইছো ? 

উল্লেখযোগ্য কথা হল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে আমি বেৰিকেড ভঙা নাই, আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো। মুখ্যমন্ত্ৰীয়ে আৰু কৈছে যে ডুপ্লিকেট ৰাহুল গান্ধীয়ে ফটো মাৰে আৰু আঁচল ৰাহুল গান্ধী বাছত সোমাই থাকে এই কথাৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়াই তথ্য সহকাৰে সংবাদমেলত ভিডিঅ দেখুৱাই খণ্ডন কৰে।

মুখ্যমন্ত্ৰী হল বুলিয়েই যি মন যায় তাকে নকবৰ বাবে মুখ্যমন্ত্ৰীক আহবান জনায় ভূপেন কুমাৰ বৰাই। 

লগতে বৰাই কয়, “বেৰিকেড ভঙাৰ পাছত কংগ্ৰেছ দল, যিকোনো পৰিস্থিতি সন্মুখীন হবলৈ প্ৰস্তুত থাকিও আইনৰ প্ৰতি সন্মান জনাই অনুমতি দিয়া পথেৰেহে যাত্ৰা কৰিছিল। গতিকে এইটো পুনৰ কব পাৰি ৰাহুল গান্ধী ডাঙৰীয়া তথা কংগ্ৰেছ দনৰ আইনৰ প্ৰতি সন্মান থকাটোকে প্ৰতিপন্ন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd