• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওড়িশাৰ নৃত্যানুষ্ঠানৰ মঞ্চতে হঠাৎ মৃত্যুক সাৱটিলে মালয়েছিয়াৰ ভাৰতনাট্যম গুৰু শ্ৰী গণেশনে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 10, 2023 11:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুল আৰু পোহৰেৰে সজাই তোলা হৈছিল মঞ্চখন। আনন্দ আৰু কোলাহলৰ মাজত হঠাতে মঞ্চলৈ নামি আহিল এক শোকৰ পৰিৱেশ। ওড়িশাৰ ভুৱনেশ্বৰৰ ভাঞ্চা কলা মণ্ডপত শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন চলি আছিল। শুকুৰবাৰে অনুষ্ঠানৰ সময়ত এক কৰুণ ঘটনাত মঞ্চতেই মৃত্যুৰ কোলাত ঢলি পৰিল ভাৰতনট্যমৰ গুৰু শ্ৰী গণেশনে। সুদূৰ মালয়েছিয়াৰ পৰা তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ ল’বলৈ তিনিদিন পূৰ্বে ভুৱনেশ্বৰত উপস্থিত হৈছিল।

ভাৰত ভ্ৰমণৰ তৃতীয় দিনটোত উপস্থিত হৈ দ্বিতীয় পৰ্যায়ৰ নৃত্য আৰম্ভ হোৱাৰ পূৰ্বে জগন্নাথ প্ৰভুৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে মঞ্চত উঠিছিল ৬৩ বছৰীয়া নৃত্য গুৰুজনে। সূত্ৰ অনুসৰি, সামৰণি অনুষ্ঠানত নৃত্যশিল্পীগৰাকীয়েও প্ৰদৰ্শন কৰে। কেইমিনিটমান পিছত তেওঁ সেই মঞ্চতে ঢলি পৰে। ততাতৈয়াকৈ তেওঁক ওচৰৰ কেপিটেল হাস্পতাললৈ লৈ যোৱা হয় যদিও বিদেশী নৃত্যশিল্পীগৰাকীৰ চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হয়।

লগতে পঢ়ক: দিল্লী আৰক্ষীৰ প্ৰতিবেদনত সকাহ মল্লযুঁজাৰুৰ; ৰেফাৰীৰ বিস্ফোৰক বক্তব্যত চাপ বাঢ়িল ব্ৰিজভূষণৰ

Apply Now

এই সমগ্ৰ ঘটনাত সকলোৱে স্তম্ভিত হৈ পৰিছে। শ্ৰী গণেশনে গুৰু কে জি সৰছাৰ অধীনত মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত ভাৰতনাট্যমৰ (১৯৭৯-১৯৮৯) প্ৰশিক্ষণ লৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত তেওঁ কুৱালালামপুৰলৈ গৈ ভাৰতীয় সংস্কৃতি আৰু নৃত্য শৈলী বিদেশত প্ৰচাৰৰ দায়িত্ব লয়। তাতেই তেওঁ ‘শ্ৰী গণেশালয়’ নিৰ্মাণ কৰিছিল। এই পৰ্যন্ত তেওঁ এই নৃত্য প্ৰতিষ্ঠানৰ পৰা তিনি হাজাৰৰো অধিক ভাৰতনাট্যম শিল্পীক প্ৰশিক্ষণ দিছে।

থাইলেণ্ডৰ ৰাজকুমাৰীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ‘ৰামায়ণ নৃত্য মহোৎসৱ’ (১৯৯১)ত অংশগ্ৰহণ কৰি শ্ৰীগণেশন আৰু তেওঁৰ বিখ্যাত শিষ্যসকলে প্ৰশংসা লাভ কৰে। প্ৰয়াত নৃত্যশিল্পীগৰাকীয়ে এই পৰ্যন্ত ৩৫০ খনতকৈও অধিক নৃত্য নাট পৰিচালনা কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিবেশন কৰিছে। শ্ৰী গণেশনে আজীৱন নৃত্যৰ সাধনা অব্যাহত ৰাখিছিল।

লগতে পঢ়ক: পাৰ্টি গেট কেলেংকাৰী! সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে

প্ৰাথমিকভাৱে শ্ৰী গণেশনৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা বুলি জনা গৈছে। এই ঘটনাৰ পিছত অনুষ্ঠানত উপস্থিত নৃত্যশিল্পী তথা দৰ্শকসকল শোকস্তব্ধ হৈ পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd