• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী আৰক্ষীৰ প্ৰতিবেদনত সকাহ মল্লযুঁজাৰুৰ; ৰেফাৰীৰ বিস্ফোৰক বক্তব্যত চাপ বাঢ়িল ব্ৰিজভূষণৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 10, 2023 10:02 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুৱে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল। কিন্তু তেওঁলোকে হিংসা বিয়পাব পৰা কোনো ধৰণৰ মন্তব্য কৰা নাছিল। এই কথা শুকুৰবাৰে আদালতত কয় দিল্লী আৰক্ষীয়ে। অৰ্থাৎ যোৱা ২৮ মে’ত যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ উত্থাপিত অভিযোগৰ দিল্লী আৰক্ষীয়ে অতি সহজভাৱে বাখ্যা আগবঢ়ালে।

আনহাতে, মল্লযুঁজাৰুসকলৰ এই সাময়িক সকাহৰ মাজতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ বক্তব্যই আৰু চাপ বৃদ্ধি কৰিলে ব্রিজভূষণৰ৷

লগতে পঢ়ক: পাৰ্টি গেট কেলেংকাৰী! সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে

Apply Now

ব্ৰিজভূষণৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে। বেয়া মন্তব্যও কৰা হৈছে। বম বম মহাৰাজ নৌহাটিয়া নামৰ এজন ব্যক্তিয়ে এই অভিযোগৰ সন্দৰ্ভত ভিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ দাবী জনায়। আনকি সেইদিনা যন্তৰ মন্তৰত তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে শ্লোগান দিয়াৰ অভিযোগো তেওঁ উত্থাপন কৰে। সেই প্ৰসংগত দিল্লী আৰক্ষীয়ে আদালতক জনায় যে মল্লযুঁজাৰুসকলে কোনো ধৰণৰ হিংসাত্মক মন্তব্য কৰা নাই।

ইপিনে, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী জগবীৰ সিঙৰ বিস্ফোৰক দাবীয়ে ব্রিজভূষণৰ ওপৰত আৰু চাপ বৃদ্ধি কৰিছে৷ তেওঁ কয় যে যোৱা বছৰ লক্ষ্ণৌত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সময়ত এটা ঘটনা সংঘটিত হৈছিল। এগৰাকী মহিলা মল্লযুঁজাৰুৱে কয় যে ব্রিজভূষণে ফটো তুলি থকাৰ সময়তে মহিলা খেলুৱৈগৰাকীক আপত্তিকৰভাৱে স্পৰ্শ কৰিছিল। ইয়াৰ পিছত তেওঁক কিবা কোৱা হয়, যাৰ পিছত মহিলাগৰাকী তাৰ পৰা গুচি যায়। তেওঁৰ এই দাবীৰ লগে লগে ব্রিজভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অধিক শক্তিশালী হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক: আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে

আনহাতে, ব্ৰিজভূষণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সংগীতা ফোগাটক সভাপতিৰ বিষয়াৰ ঘৰলৈ লৈ গৈ গোটেই দৃশ্যটো পুনৰাবৃত্তি কৰা হয়। আচলতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে শেহতীয়াকৈ মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিছিল। বৈঠকৰ অন্তত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে কয় যে কেন্দ্ৰই ১৫ জুনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। সেইবাবেই আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰা বুলি ধাৰণা কৰিছে সচেতন মহলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd