• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

উত্তৰ পূব কয়লা ক্ষেত্র খোলাৰ আহ্বান ভাৰতীয় মজদূৰ সংঘৰ প্ৰতিনিধি দলৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 22, 2021 6:44 am
IMG-20210121-WA0033

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰুপ উত্তৰ পূব কয়লা ক্ষেত্রৰ উৎপাদন যোৱা বছৰ তিনি জুনৰ পৰা বন্ধ হৈ আছে।

তদুপৰি, উদ্যোগটোৰ শ্রমিক-কৰ্মচাৰী আৰু বিষয়া সকলক দেশৰ অন্য প্ৰান্তৰ ক’ল ইণ্ডিয়াৰ ক্ষেত্ৰ সমূহলৈ বদলিকৰণ কৰি অহাৰ পৰিপ্রেক্ষিতত কয়লা উদ্যোগটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ  সম্ভাৱনা প্রকট হৈ পৰিছে।

Apply Now

উত্তৰ পূবকয়লা ক্ষেত্রৰ শেহতীয়া পৰিস্থিতিৰ ক্ষেত্র ভিত্তিক অধ্যয়ন কৰাৰ উদেশ্য দুদিনীয়া ভ্রমণ সূচীৰে ক’ল প্ৰভাৰি লক্ষণ ৰেড্ডী, অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ সভাপতি নৰেন্দ্ৰ কুমাৰ সিং আৰু অখিল ভাৰতীয় খাদান মজদুৰ সংঘ সম্পাদক ৰাজীৱ ৰঞ্জন সিং মাৰ্ঘেৰিটা মহকুমালৈ আহি টিপং, টিৰাপ আৰু টিকক কয়লা ক্ষেত্র পৰিদৰ্শন কৰে।

প্রতিনিধি দলটোৱে উত্তৰ পূব কয়লা ক্ষেত্রৰ মহাপ্রবন্ধক সৌন্দয্য প্রসাদ দত্ত, বিষয়াসকল আৰু শ্রমিক সংগঠনৰ নেতা সকলৰ লগতো পৃথকে পৃথকে  আলোচনাত মিলিত হয়।

বৃহস্পতিবাৰে সন্ধিয়া দিহিং গেষ্ট হাউচত এক সংবাদ মেলত প্রতিনিধি দলটোৱে কয় যে উত্তৰ পূব কয়লা ক্ষেত্রৰ কয়লা অতি উচ্চ মানদণ্ডৰ আৰু এই কয়লাৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ আৰু কাষৰীয় ৰাজ্যৰ বহু উদ্যোগ চলি আছে ,তেনে ক্ষেত্রত ইয়াৰ উৎপাদন বন্ধ কৰি দিয়াত সেই উদ্যোগবোৰলৈও বিপদ মাতি আনিব।

এতিয়াও বহু বছৰৰ বাবে এই অঞ্চলৰ ভূগৰ্ভত কয়লা মজুত আছে। ইয়াক বন্ধ কৰি ৰাখিলে ৰাষ্ট্রীয় সম্পদৰ অপচয় হে হ’ব বুলি মন্তব্য কৰি এই ক্ষেত্রত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।

সংবাদ মেলত অহা পাঁচ ফেব্রুৱাৰীত উত্তৰ পূব কয়লা ক্ষেত্রৰ উৎপাদন পুনৰ আৰম্ভ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত দেশ জুৰি ধৰ্ণা কায্যসূচীকে ধৰি এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্রহণ কৰাৰ কথা অবগত কৰাৰ লগতে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো অসমৰ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ নকৰাতো চূড়ান্তভাৱে দুৰ্ভাগ্যজনক বুলি সংবাদমেলত নেতাসকলে ক্ষোভ প্ৰকাশ কৰে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd