DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

উত্তৰ প্ৰদেশ নিৰ্বাচন: যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দী হ’ব ভীম আৰ্মী প্ৰধান আজাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 2:53 pm
Yogi Adityanath
149
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে উত্তৰ প্ৰদেশৰ ৰাজনীতিত। উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব বুলি ঘোষণা কৰিছে ভীম আৰ্মী প্ৰধান চন্দ্ৰশেখৰ আজাদে।

দলিত নেতা আজাদে ইয়াৰ পূৰ্বে নিৰ্বাচনত যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰি থৈছিল। আজি তেওঁৰ দলে আনুষ্ঠানিকভাৱে গোৰখপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে বিধায়কৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। অৱশ্যে চন্দ্ৰশেখৰ আজাদে যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়ালেও যোগীৰ মুখ্য প্ৰতিদ্বন্দী সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীজনহে হ’ব বুলি সন্দেহ কৰা হৈছে।

গোৰখপুৰ সমষ্টিত ভীম আৰ্মী প্ৰধান আজাদ তথা তেওঁৰ দলৰ কোনো গণভিত্তি নাই। তদুপৰি চন্দ্ৰশেখৰ আজাদে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

চন্দ্ৰশেখৰ আজাদে কিছুদিন পূৰ্বে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গ অস্বীকাৰ কৰিছিল।

উল্লেখ্য যে ৩৪ বৰ্ষীয় আজাদে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। অৱশ্যে পিছত তেওঁ নিজা কোনো দল নথকাৰ অজুহাতত সেই ঘোষণা স্থগিত ৰাখে আৰু মায়াৱতী আৰু কংগ্ৰেছক সমৰ্থন আগবঢ়ায়।

এতিয়া যিহেতু তেওঁৰ নিজা এটা দল আছে সেয়ে তেওঁ যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব বুলি আজাদে মন্তব্য কৰে।

“উত্তৰ প্ৰদেশ বিধানসভাত স্থান লাভ কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মোৰ বাবে এইয়া হে গুৰুত্বপূৰ্ণ যে যোগী আদিত্যনাথ বিধানসভাত থাকিব নালাগে। গতিকে তেওঁ য’তেই প্ৰতিদ্বন্দিতা কৰিব, মই প্ৰতিদ্বন্দিতা কৰিম।”- যোৱা বৰ্ষত আজাদে কৈছিল।

Recent News

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd