• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন গ’লেই ভূটানলৈ গুচি যোৱাৰ দিন উকলিল; প্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ ওপৰত প্ৰৱেশ কৰ

জুলাইৰ আগতেই প্ৰৱেশ কৰ-বিহীন ভূটান ভ্ৰমণ কৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 3:18 pm
Bhutan
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চুবুৰীয়া আৰু নৈসৰ্গিক শোভাৰে ভৰা দেশ ভূটানলৈ যোৱাটো আৰু কৰ বিহীন হৈ নাথাকিব অসম তথা উত্তৰ-পূবৰ লোকৰ বাবে।

৩ ফেব্ৰুৱাৰিত ভূটান সংসদে ইয়াৰ দেশখনৰ পৰ্য্যটন নীতিত কিছুমান সালসলনিত অনুমোদন দিয়ে।

Apply Now

এই নতুন নীতি অনুসৰি প্ৰতিজন পৰ্য্যটকৰ পৰাই দৈনিক Sustainable Development Fee (এছ ডি এফ বা বহনক্ষম উন্নয়ন কৰ) লোৱা হ’ব আৰু ইয়াত ভাৰতৰ পৰ্য্যটকসকলকো সামৰি লোৱা হৈছে। ভাৰতীয়সকলৰ পৰা প্ৰৱেশ কৰৰ ৰূপত এই কৰ লোৱা হ’ব।

পূৰ্বে ভাৰতৰ পৰ্য্যটকসকলে দেশখনত প্ৰৱেশ কৰ দিব লগীয়া নহৈছিল। কেৱল আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ পৰাহে এছ ডি এফ লোৱা হৈছিল। প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ এছ ডি এফ প্ৰায় ৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫ হাজাৰ টকা।

ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰা যোৱা নাগৰিকসকলক আঞ্চলিক পৰ্য্যটকৰ শ্ৰেণীত ধৰা হয় আৰু এই দেশকেইখনৰ ভ্ৰমণকাৰীয়ে এছ ডি এফ দিব লগীয়া নহৈছিল।

লগতে পঢ়ক অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি; ভাৰতীয় পৰ্য্যটকে দিব লাগিব “দৈনিক কৰ”

নতুন নিয়মমতে, ৫ বছৰ বা তাতকৈ তলৰ বয়সৰ শিশুৰ বাবে মাচুল নাই।

৬ৰ পৰা ১২ বছৰৰ শিশুৰ বাবে মাচুল ৬০০ টকা। ১৩ বছৰৰ ঊৰ্ধ্বৰ আঞ্চলিক পৰ্য্যটকসকলৰ বাবে ১২০০ টকা।

এই নীতি অহা জুলাই মাহৰ পৰা প্ৰযোজ্য হ’ব।

টুৰিজম কাউন্সিল অব ভূটানৰ তথ্য মতে দেশখনলৈ ভাৰতৰ পৰাই সৰ্বাধিক পৰ্য্যটক যায় আৰু ই মুঠ সংখ্যাৰ প্ৰায় ৬৯ শতাংশ।

ভূটান বিশ্বৰ প্ৰায়সকল পৰ্য্যটকৰ বাবে এখন আকৰ্ষণীয় ঠাই।

বিশ্বৰ আগশাৰীৰ ট্ৰেভেল গাইড এজেন্সি এটাই চলোৱা সমীক্ষাত ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা বিশ্বৰ শীৰ্ষ ১০খন দেশৰ তালিকাত ভূটান শীৰ্ষত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd