• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

ভাৰতৰ এপল গ্ৰাহকসকলৰ বাবে এটা অতি বেয়া খবৰ আহি পৰিছে। এপল কোম্পানীয়ে ভাৰতত নিজৰ মেকবুক আৰু আইপেডৰ দাম এক বুজন পৰিমাণে বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 8:29 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ এপল গ্ৰাহকসকলৰ বাবে এটা অতি বেয়া খবৰ আহি পৰিছে। এপল কোম্পানীয়ে ভাৰতত নিজৰ মেকবুক আৰু আইপেডৰ দাম এক বুজন পৰিমাণে বৃদ্ধি কৰিছে। বজাৰত কিছুমান মডেলৰ দাম ১ লাখ টকালৈকে বৃদ্ধি পাইছে। কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকে অলপতে জানিবলৈ দিছিল যে বিশ্ব বজাৰত মেমৰী কাৰ্ড বা মডিউলৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ বাবে সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি কৰাটো অনিবাৰ্য হৈ পৰিছিল। এপলৰ ভাৰতীয় ৱেবছাইটত ইতিমেধ্যে এই নতুন মূল্য দেখিবলৈ পোৱা গৈছে। এই মূল্য বৃদ্ধিয়ে মেকবুক এয়াৰ, মেকবুক প্ৰ’ আৰু শেহতীয়াকৈ মুকলি কৰা বাজেট লেপটপসমূহৰ ওপৰত প্ৰভাৱ পেলাইছে।

নতুন মূল্য অনুসৰি এম ৫ চিপ থকা ১৩ ইঞ্চিৰ মেকবুক এয়াৰৰ দাম ১,১৯,৯০০ টকাৰ পৰা বাঢ়ি এতিয়া ১,৪৯,৯০০ টকা হৈছে, অৰ্থাৎ ইয়াৰ দাম ৩০,০০০ টকা বৃদ্ধি পাইছে। একেদৰে ১৫ ইঞ্চিৰ মেকবুক এয়াৰৰ দাম ১,৪৪,৯০০ টকাৰ পৰা ১,৭৯,৯০০ টকালৈ বৃদ্ধি পাইছে। আনকি ছাত্ৰ-ছাত্ৰী আৰু নতুন ক্ৰেতাসকলৰ বাবে কম দামত মুকলি কৰা মেকবুক নিঅ’ লেপটপটোৰ দামো ১০,০০০ টকা বৃদ্ধি পাইছে। পূৰ্বে ৬৯,৯০০ টকাত পোৱা এই বাজেট লেপটপটোৰ নতুন দাম এতিয়া ৭৯,৯০০ টকা হৈছে।

Apply Now

মেকবুক প্ৰ’ লাইনআপত মূল্য বৃদ্ধি আটাইতকৈ বেছি হোৱা দেখা গৈছে। এম ৫ চিপ আৰু ১৬ জিবি ৰেম থকা বেছ ১৪ ইঞ্চিৰ মেকবুক প্ৰ’ৰ দাম আগতে ১,৬৯,৯০০ টকা আছিল, কিন্তু এতিয়া ইয়াৰ বাবে ক্ৰেতাই ২,৩৯,৯০০ টকা ভৰিব লাগিব। ইয়াৰ অৰ্থ হ’ল এই মডেলটোৰ দাম পোনপাটাকৈ ৭০,০০০ টকা বৃদ্ধি পালে। আনহাতে আটাইতকৈ শক্তিশালী এম ৫ মেক্স চিপ থকা ১৪ ইঞ্চিৰ মেকবুক প্ৰ’ৰ দাম ১,০০,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

কেৱল লেপটপেই নহয়, এপলৰ আইপেডসমূহো এতিয়া যথেষ্ট ব্যয়বহুল হৈ পৰিছে। এম ৪ প্ৰচেছৰ থকা ১১ ইঞ্চিৰ আইপেড এয়াৰৰ দাম ২৫,০০০ টকা বৃদ্ধি পাইছে। আগতে ৬৪,৯০০ টকাত পোৱা এই টেবলেটখনৰ নতুন দাম এতিয়া ৮৯,৯০০ টকা হৈছে। একেদৰে এম ৫ চিপ আৰু ২৫৬ জিবি ষ্ট’ৰেজ থকা আইপেড প্ৰ’ৰ দাম ৯৯,৯৯০ টকাৰ পৰা বৃদ্ধি পাই ১,৩৯,৯০০ টকা হৈছে, অৰ্থাৎ ইয়াৰ দাম প্ৰায় ৩৯,৯idx টকা বাঢ়িছে। ভাৰতৰ লগতে আমেৰিকাৰ বজাৰতো এপলে নিজৰ সামগ্ৰীসমূহৰ দাম বৃদ্ধি কৰিছে। আমেৰিকাত আইপেড এয়াৰৰ দাম ৫৯৯ ডলাৰৰ পৰা ৭৪৯ ডলাৰলৈ বৃদ্ধি পাইছে।

এই সন্দৰ্ভত এপল কোম্পানীয়ে সংবাদ মাধ্যমক জনাইছে যে তেওঁলোকে ইয়াৰ পূৰ্বে কেতিয়াও ইমান কম সময়ৰ ভিতৰত কোনো যন্ত্ৰাংশৰ দাম ইমান বেছি বৃদ্ধি পোৱা দেখা নাছিল। ইমান দিনে গ্ৰাহকক এই বোজাৰ পৰা বচাই ৰখা হৈছিল যদিও এতিয়া মূল্য বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিল। চাইবাৰমিডিয়া ৰিচাৰ্ছৰ উপ-সভাপতি প্ৰভু ৰামে এই বিষয়ে কয় যে এপলৰ দৰে শক্তিশালী যোগান শৃংখল থকা কোম্পানীয়েও যেতিয়া দাম বৃদ্ধি কৰিবলগীয়া হৈছে, তাৰ পৰা বুজা যায় যে বজাৰত এতিয়া উপাদানসমূহৰ উৎপাদন ব্যয় অতিমাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু পুৰণি মেক সলনি কৰিব খোজা পেচাদাৰী লোকসকলৰ ক্ৰয় ক্ষমতাৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd