• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই নিজৰ আঙুলি কাটিলে এজন লোকে; কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 24, 2020 2:52 pm

1 min read

nitish-kumar1

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

277
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ জাহানাবাদত এনে এজন লোক আছে যি নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ’লে নিজৰ এটা আঙুলি কাটি ভগৱানক উৎসৰ্গা কৰে। সোমবাৰে সেইজন অনিল শৰ্মাই এইবাৰ তেওঁৰ চতুৰ্থটো আঙুলি কাটি গড়াইয়া বাবাৰ মন্দিৰত উৎসৰ্গা কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তেওঁৰ প্ৰিয় নেতা বুলিয়েই তেওঁ এই কাম কৰা বুলি অনিল শৰ্মাই জানিবলৈ দিয়ে।

জাহানাবাদ জিলাৰ ঘোচি থানাৰ অন্তৰ্গত ভাইনা নামৰ গাওঁত সংঘটিত হয় এই ঘটনা। ৪৫বছৰীয়া অনিল শৰ্মা ওৰফে আলী বাবাই নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তিনিটা আঙুলি কাটিছিল।

নীতিশ কুমাৰ এইবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অনিলে তেওঁৰ চতুৰ্থটো আঙুলি কাটিলে।

অনিল শৰ্মাৰ এই আবেগ দেখি স্থানীয় লোকসকলো অবাক হৈ পৰিছে।

আনহাতে, অনিল শৰ্মাই কয় যে তেওঁ সেই কাম কৰি আনন্দ পায়। জানিব পৰা মতে, এবাৰ গড়াইয়া বাবাৰ ওচৰত মানস কৰিছিল। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত সেই মানস অনুসৰিয়েই নিজৰ আঙুলি কাটি দিয়ে অনিলে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd