• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ তথ্য ফাদিলৰ চেষ্টা, বিদেশী চোৰাংচোৱাৰ সৈতে চুক্তি কৰিবলৈ গৈ গ্ৰেপ্তাৰ বিহাৰৰ যুৱক

by
May 21, 2026 11:23 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি? শেহতীয়াকৈ আৰ এছ এছৰ মুখপত্ৰ দ্য অৰ্গেনাইজাৰত এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন হোৱাৰ পাছতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। জানিব পৰা গৈছে যে বিহাৰৰ বাক্সাৰৰ এজন যুৱকে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিষয়টোক লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে ধনৰ বিনিময়ত এক চুক্তি কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু যুৱকজনৰ এই কূটিল প্ৰচেষ্টা বিফল হয় আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম অমল কুমাৰ তিৱাৰী। তেওঁ এটা বিদেশী চোৰাংচোৱা সংস্থাৰ ৱেবছাইটলৈ বাৰ্তা প্ৰেৰণ কৰি ধনৰ লোভত প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ সুৰুঙা সৃষ্টি কৰাৰ প্ৰস্তাৱ দিছিল। যুৱকজনে আনকি এই বুলিও দাবী কৰিছিল যে ধন লাভ কৰাৰ পাছতেই তেওঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰিব। আৰক্ষীয়ে জনোৱা মতে, অমলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা গোপন তথ্য চুৰি কৰাৰ চেষ্টা কৰাৰ লগতে বিদেশী সংস্থাটোৰ সৈতে যোগাযোগ ৰাখিছিল। অৱশেষত চাইবাৰ আৰক্ষীয়ে সমগ্ৰ বিষয়টো ধৰা পেলায় আৰু বক্সাৰ আৰক্ষীয়ে তেওঁক লগে লগে আটক কৰে।

Apply Now

বাক্সাৰ আৰক্ষীয়ে জনোৱা মতে, অমল কুমাৰ তিৱাৰী পূৰ্বৰে পৰা বিভিন্ন চাইবাৰ অপৰাধৰ লগত জড়িত আছিল। আৰক্ষীয়ে তেওঁৰ পৰা এটা লেপটপ, এটা মোবাইল ফোন আৰু আন কেইবাটাও ডিজিটেল সামগ্ৰী জব্দ কৰিছে। তেওঁৰ মোবাইলটো পৰীক্ষা কৰি দেখা গৈছে যে তেওঁ ভিপিএন ব্যৱহাৰ কৰি বহুতো ৱেবছাইট হেক কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ আগতে কলকাতা বিমানবন্দৰৰ ৱেবছাইট হেক কৰাৰ ভাবুকি দিয়া কাৰ্যতো তেওঁৰ নাম সাঙোৰ খাইছিল। বৰ্তমান বিহাৰ আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই তেওঁক জেৰা কৰি আছে। তেওঁ অকলশৰে এই কাম কৰিছিল নে ইয়াৰ আঁৰত আন কোনো ডাঙৰ সংগঠন আছে, সেয়া উলিয়াবলৈ নিৰন্তৰ তদন্ত চলি আছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দ্য অৰ্গেনাইজাৰ কাকতত প্ৰকাশ পাইছিল যে চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়ত চিআইএই মোদীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ভাৰত আৰু ৰাছিয়াৰ চোৰাংচোৱাৰ যৌথ প্ৰচেষ্টাত সেই চক্ৰান্ত বিফল হয়। প্ৰতিবেদন অনুসৰি, ৩১ আগষ্টত যেতিয়া মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে একেখন গাড়ীৰে প্ৰায় ৪৫ মিনিট সময় একেলগে যাত্ৰা কৰিছিল, তেতিয়াই এই হত্যাকাণ্ডৰ আলোচনা চলিছিল বুলি সন্দেহ কৰা হৈছে। আচলতে মোডী আৰু পুটিনৰ এই যাত্ৰা পূৰ্বৰে পৰা নিৰ্ধাৰিত নাছিল, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেষ মুহূৰ্তত এই সিদ্ধান্ত লোৱা হৈছিল। সেইদিনা মোদী পুটিনৰ লগত নথকা হ‘লে হয়তো এক ডাঙৰ বিপদ হ‘লহেঁতেন। এই খবৰ ওলোৱাৰ পাছতেই এতিয়া বিহাৰৰ যুৱকজনৰ এনে কাৰ্যই প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ সমগ্ৰ দেশতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd