• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“সংকল্প যাত্ৰা”ৰ বাবে আজি বৰপেটাৰ পৰা ওলাল বাইক ৰেলী

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , November 13, 2018 2:53 pm

1 min read

2bc2681f-7e1d-46a0-aedc-6132a59409a6

"সংকল্প যাত্ৰা"ৰ বাবে বৰপেটাৰ পৰা ওলোৱা বাইক ৰেলী। ফটো : নৰ্থইষ্ট নাও

201
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনে শদিয়া, গোলাঘাট, ধুবুৰী আৰু ডিফুৰ পৰা উলিওৱা বাইক ৰেলী আজি বৰপেটা চহৰৰ পৰাও উলিওৱা হয়।

বৰপেটা চহৰৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোৱে ধুবুৰীৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোৰ সৈতে হাউলীত লগ হৈ গুৱাহাটীলৈ ৰাওনা হ’ব ৷

বৰপেটা চহৰৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোক নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক দণ্ডীনাথ বৰ্মন আৰু কাজী নজমুল হকে ৷ বাইক ৰেলী আৰম্ভ হোৱাৰ সময়ত বহু সংখ্যক লোকৰ সমাগম হয়।

উল্লেখ্য যে,  ১১ নবেম্বৰৰ পৰা শদিয়া, গোলাঘাট, ধুবুৰী আৰু ডিফুৰ পৰা সংকল্প যাত্ৰাৰ বাবে উলিওৱা বাইক ৰেলীৰ চাৰিওটা দলে অহা ১৭ নবেম্বৰত গুৱাহাটীত সমবেত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd