DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে, মন্ত্ৰীৰ বক্তব্যই ধোৱাচাঙত তুলিলে বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 15, 2022 4:06 pm
অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে, মন্ত্ৰীৰ বক্তব্যই ধোৱাচাঙত তুলিলে বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি
344
VIEWS
Share on FacebookShare on Twitter

বিৰোধী দলৰ বিধায়ক থকা সমষ্টিত চৰকাৰে উন্নয়নমূলক কাম-কাজৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ নতুন নহয়। এনে অভিযোগক আৰু অধিক সৱল কৰি তুলিলে ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ বক্তব্যই।

বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি এতিয়া ধোৱা চাঙত!

শক্তি মন্ত্ৰী বিমল বৰাৰ মন্তব্যই পুনৰ প্ৰমাণ কৰিলে বিজেপিৰ এই শ্ল’গান এতিয়া কেৱল মুখতহে।

সমষ্টিত বিৰোধী বিধায়কৰ কাম নাই বুলি কয় মন্ত্ৰী বিমল বৰাই।

সমষ্টি উন্নয়নৰ বাবে পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে সমষ্টিক বা পৌৰ সভাক দিব।

শিৱসাগৰৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰক ভোট দিবলৈ আহ্বান মন্ত্ৰী বিমল বৰাৰ।

বিধান সভা নিৰ্বাচনত অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে বুলি কয় মন্ত্ৰী বিমল বৰাই।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰাই এই কথা প্ৰমাণ কৰিলে যে বিৰোধী বিধায়কৰ সমষ্টিত চৰকাৰে উন্নয়নমূলক কাম কাজ কৰিবলৈ মুঠেও ইচ্ছুক নহয়।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd