• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্টাৰনেটৰ পৰা বোমা নিৰ্মাণ শিকিছিল বিনোদ বড়োৱে; হৰিশিঙাৰ বিস্ফোৰণত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 16, 2018 6:46 pm

2 min read

binod boro

বিনোদ বড়ো।

2k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ ডিচেম্বৰত কামাখ্য ষ্টেইশ্যনৰ পৰা ডেকাৰগাওঁ অভিমুখে গৈ থকা ১৫৮১৫ নম্বৰৰ ইণ্টাৰচিটি এক্সপ্ৰেছত ঘটা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত আজি আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱকজন বিনোদ বড়ো আৰু তেওঁ এন ডি এফ বিৰ সদস্য বুলি জানিব পৰা গৈছে।

আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই হৰিশিঙাৰ ঘটনাত জড়িত বাবে বিনোদ বড়োক গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সঞ্চালক প্ৰধানজনৰ মতে, বিনোদে বিস্ফোৰণটোত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে বাক্সা আৰক্ষীয়ে বিনোদক যোৱা ৭ ডিচেম্বৰতেই গ্ৰেপ্তাৰ কৰিছিল।

মন কৰিব লগীয়া যে ৫ ডিচেম্বৰত গোৰেশ্বৰৰে কৈলাশ বড়ো নামৰ ব্যৱসায়ী এজনৰ ঘৰৰ পিছফালে বাৰীত এটা বোমা উদ্ধাৰ হৈছিল, যিটো আৰক্ষীয়ে নিৰাপদে বিস্ফোৰণ ঘটায়। এই বোমাটো সংস্থাপন কৰাৰ সন্দেহতে ৭ ডিচেম্বৰত বাক্সা আৰক্ষীয়ে বিনোদ বড়োক গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পিছতে হৰিশিঙাৰ বিস্ফোৰণটোৰ তদন্ত কৰি থকা অসম আৰক্ষীয়ে দুয়োটা বোমাত ব্যৱহৃত সমলবোৰ পৰীক্ষা কৰি হৰিশিঙাৰ বিস্ফোৰণটোতো বিনোদ বড়ো জড়িত থকাৰ সন্দেহ কৰি তেওঁক জিম্মাত লৈ জেৰা কৰে। জেৰাত বিনোদ বড়োৱে হৰিশিঙাত ৰেইলত বিস্ফোৰণ ঘটোৱাৰ কথা স্বীকাৰ কৰে। ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হৈছিল।

আনহাতে ওদালগুৰি আৰক্ষী অধীক্ষকে জনোৱামতে, বিনোদ বড়োৱে তিনিটাকৈ বোমা বনাইছিল। তাৰে এটা ১ ডিচেম্বৰৰ দিনা হৰিশিঙাত উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ ঘটায় আৰু আন এটা গোৰেশ্বৰৰ কৈলাশ বড়ো নামৰ এজন লোকৰ ঘৰৰ পিছফালে বাৰীত ৰাখিছিল আন এটা হাবিত উদ্ধাৰ হয়। বিনোদ বড়োৱে ইণ্টাৰনেটৰ পৰা বোমা বনোৱাৰ কৌশল শিকিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলি আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd