• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 18, 2022 1:15 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময় গতিশীল। প্ৰতিটো চেকেণ্ড, মিনিট, ঘণ্টাত ঘটি যোৱা আজিৰ সুখ-দুখৰ কনাবোৰ কাইলৈ স্মৃতি হৈ পৰে। অতীত সময় প্ৰবাহৰ আন এটি নাম।

প্ৰতিটো দিন, ৰাতি, ঋতুয়ে ঋতুয়ে কঢ়িয়াই আনে কেতবোৰ প্রাকৃতিক পৰিৱৰ্তন যাৰ প্ৰভাৱ দেহৰ কোষে কোষে পৰিবলৈ ধৰে। এয়াই সময়। সূৰ্য্যোদয়ৰ পুৱা, দুপৰীয়া, আবেলি, নিশাই কাঢ়িয়াই আনে অনাবিল পৰিৱৰ্তন।

Apply Now

সময়ৰ ঘড়ী প্ৰকৃতিতেই সীমাবদ্ধ নহয়। শৰীৰৰ ভিতৰতো ঘূৰিব ধৰে জৈৱিক ঘড়ী, যাৰ প্ৰভাৱত আমি সুখ অনুভৱ কৰো দুখৰ সাগৰত ডুবু, হাহো, কান্দো, ভাগৰুৱা হওঁ আৰু ক্লান্ত হৈ প্ৰকৃতিৰ বুকুত শুই পৰো।

জানেনে এই আটাইবোৰ প্ৰক্ৰিয়াৰ আঁৰত লুকাই আছে কেতবোৰ আন্তঃশ্ৰাবী গ্ৰন্থিৰ পৰা নিঃসৰিত শ্ৰাব সমূহ(hormone secretion)।

ৰাতিপুৱা শুই উঠি আমি প্ৰত্যেকেই সুস্থ অনুভৱ কৰো কিয় জানেনে? দুয়োটা বৃক্কৰ ওপৰত থকা adrinal গ্ৰন্থিৰ পৰা নিৰ্গত corticosteroid আৰু adrenalin হৰমনৰ নিঃসৰণৰ ফলত।

এই হৰমন বিধে শৰীৰৰ প্ৰতিটো কোষক সতেজ কৰি ৰাখে। ৰাতিপুৱা ইয়াৰ নিঃসৰণ বেছিকৈ হয় আৰু দিনান্তত কমিগৈ নিশালৈ আৰু কমি যায় যাৰ ফল স্বৰূপে দিনটো পাৰ হোৱাৰ লগে লগে আমি ভাগৰুৱা অনুভৱ কৰো। আহাৰ নিদ্ৰা, ব্ৰহ্মচৰ্য্য জীৱনৰ অপৰিহাৰ্য্য অংগ।

আহাৰত থকা carbohydrate ৰ ভাঙোন হৈ glycogen ৰূপে কোষবোৰক শক্তি প্ৰদান কৰে। এই গোটেই প্ৰক্ৰিয়াটো পেটত থকা pancreas নামৰ গ্ৰন্থিটোৰ পৰা নিৰ্গত insulin ৰ বাবে সম্ভৱ হয়।

আপুনি জানেনে এই insulin প্ৰতি দহ মিনিটৰ মূৰে মূৰে নিঃসৰীত হৈ থাকে। খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিমাণ কম বেছি হব পাৰে। নিশা ইনচুলিনৰ নিঃসৰণ কম হয় বাবেই আমি গোটেই ৰাতিটো প্ৰায় আঠ দহ ঘন্টা মান একো নোখোৱাকৈয়ে থাকিব পাৰো।

শৰীৰৰ ক্লান্তি দূৰ কৰাৰ মাধ্যম হৈছে নিদ্ৰা। মানুহ অনুসৰি নিদ্ৰাৰ সময় ভিন্ন ভিন্ন। মহাত্মা গান্ধীয়ে মাত্ৰ ৫ ঘণ্টা সময় শুইছিল যাৰ বিপৰীতে পৌৰাণিক আখ্যান মতে কুম্ভকৰ্ণই ছয় মাহলৈ শুই কটাইছিল। এয়া তাৰতম্য কিয় জানেনে?

মস্তিষ্কৰ ভিতৰত থকা পিনীয়েল নামৰ গ্ৰন্থিটোৰ পৰা melatonin নামৰ এবিধ হৰমনৰ নিঃসৰণ হয়।melatonin বেছিকৈ নিঃসৰিত হলে নিদ্ৰাধিক্য আৰু কম হলে নিদ্ৰানাশ হয়।নিশা ইয়াৰ নিঃসৰণ বেছিকৈ হয় বাবে আমি শুব লগা হয়।

ব্ৰহ্মচৰ্য্যৰ অৰ্থ যৌন সুখৰ পৰা আঁতৰত থকা নুবুজায়। প্ৰেয়সীৰ সংস্পৰ্শই পুৰুষসকলৰ testosteron নামৰ এবিধ হৰমন নিঃসৰিত হয় আৰু মহিলাসকলৰ oestrogen হৰমনৰ সৃষ্টি হয় বাবেই যৌন উত্তেজনাত ভোগা দেখা যায়।

মহিলাসকলৰ oestrogen আৰু progesteron নামৰ হৰমনৰ বাবেই প্ৰতি ২৮ দিনৰ মূৰে মূৰে মাহেকীয়া ঋতুস্ৰাৱ হয়। এয়া এক নিত্য নৈমত্ত্বিক ঘটনা।
বাল্যকালত growth হৰমনৰ বাবেই শৰীৰৰ বৃদ্ধি হবলৈ ধৰে আৰু প্ৰৌড়াৱস্থাত ইয়াৰ প্ৰভাৱ কম হয়।

এই আটাইবোৰ প্ৰক্ৰিয়া স্বতঃস্ফূৰ্ত ভাবেই চলি থাকে যেনেদৰে ঘড়ীটোৱে অবিৰাম গতিত ঘূৰি থাকে। শৰীৰত ঘটিত এই ক্ৰিয়া সমূহক জৈৱিক ঘড়ী বুলি কোৱা হয়।

Also read : Health Benefits of Garcinia : গৰমৰ দিনত থেকেৰা টেঙা খাই বৰ ভাল লাগে নহয় জানো? আহকচোন তাৰ উপকাৰিতাৰ বিষয়ে জানো

আয়ুৰ্বেদৰ মতে বাল্য কালত কফৰ প্ৰভাৱ যাৰ বাবে শিশু সকলৰ শৰীৰৰ বিকাশ, যৌৱন কালত পিত্তৰ প্ৰভাৱ যাৰ বাবে শৰীৰৰ পোষণ, অপচয় সঠিক ৰূপত হয়, আৰু বাৰ্দ্ধক্য কালত বায়ুৰ প্ৰভাৱ যাৰ ফলত শৰীৰৰ অবয়ববোৰ ক্ষয় হবলৈ ধৰে, দাঁত সৰি যায়,স্মৃতিশক্তি কমি যায় আৰু কৰ্ম ক্ষমতা কমি আহে।

এনেবোৰ পৰিবৰ্ত্তন স্বতঃস্ফূৰ্ত আৰু এয়া ৰোধ কৰিব পৰা নাযায়। দিনটোৰ আৰম্ভত কফৰ প্ৰভাৱৰ বাবে শৰীৰটো বলৱান, দুপৰীয়া পিত্তৰ প্ৰভাৱৰ কাৰণে অত্যাধিক ভোক লাগে আৰু আবেলি বায়ুৰ প্ৰভাৱৰ বাবে আমি ভাগৰুৱা অনুভৱ কৰো।

ঠিক তেনেদৰে ভোজনৰ আদিত বায়ুৰ প্ৰভাৱৰ বাবে পাচন ৰসৰ পাৰ্য্যপ্ত নিঃসৰণ হয়, ভোজন কালত পিত্তৰ অধিক্যৰ বাবে খাদ্য গ্ৰহণ কৰাৰ স্পৃহা বাঢ়ে আৰু হজম হয় আৰু ভোজনৰ অন্তত কফৰ বাবে আমি শৰীৰ ভাৰী অনুভৱ কৰো আনকি টোপনি টোপনি অনুভৱ কৰো।

ঋতু আহে ঋতু যায়। শৰীৰটোযে এটা ঋতু ত্যাগ কৰি আন এটা ঋতু আকোৱালি লবলৈ হলে দেহৰ আভ্যন্তৰীণ বাতাবৰণৰ পৰিবৰ্ত্তন কৰিব লগাত পৰে। আমাৰ শৰীৰটোয়ে এনেদৰেই পৰিৱৰ্তন আকোৱালি লয়। এয়াই হৈছে জৈৱিক ঘড়ী।

সময়ৰ চলন্ত ময়ী এই ঘড়ীত আপুনি মই আটায়ে বন্দী। শৰীৰৰ জৈৱিক ঘড়ী অবিৰত গতিত ঘূৰি আছে। কেতবোৰ সাৱধানতাই আপোনাৰ জৈৱিক ঘড়িত শক্তি প্ৰদান কৰিব পাৰে যাৰ ফলস্বৰূপে আমি সুস্থ জীৱন কটাব পাৰো।

Also read : Heatwave গ্ৰীষ্মই দহিছে ব্ৰিটেইনক,১৩ জনৰ মৃত্যু,গৰমত গলি গৈছে ৰে’লৰ ছিগনেল, ভাইৰেল ছবি

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd