• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উদযাপন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 17, 2022 6:52 am
3.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷

বঙাইগাঁৱত বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ উদ্যোগত স্থানীয় বঙাইগাঁও গান্ধী ময়দানত উদযাপন কৰা চিলাৰায় দিৱস উপলক্ষে পুৱা বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনৰ সভাপতি হিতেশ সিংহই জিলা সমিতিৰ পতাকা, কেন্দ্ৰীয় সমিতিৰ সভাপতি কিশোৰজ্যোতি ৰায়ে বিশ্বমহাবীৰ চিলাৰায়ৰ বিজয় পতাকা, অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰেশ ৰায়ে অভ্যৰ্থনা সমিতিৰ পতাকা আৰু সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ যুটীয়া সম্পাদিকা পূৰ্ণিমা চৌধুৰীয়ে মহিলা সন্মিলনীৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিচতে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত সিংহই আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে সংগঠনটোৰ উপদেষ্টা নন্দলাল বৰ্মনে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী জনগোষ্ঠীয় কলা কৃষ্টিও প্ৰদৰ্শন কৰা হয় আৰু মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

সন্ধিয়া ৫১২ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জিলা সমিতিৰ উপ সভাপতি দেবেন দাসে শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে সংগঠনটোৰ জিলা সমিতিৰ ১৬ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখনো একেলগে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে অনুষ্ঠিত নহ’ল ৷

অধিৱেশনখন অহা ৩ মাৰ্চত অনুষ্ঠিত হ’ব আনহাতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ (কেএচি) উদ্যোগত উত্তৰ শালমাৰাস্থিত কেএচি ৰ সচিবালয়তো চিলাৰায় দিৱস উদযাপিত হয় ৷

একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবি আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই ৰাখালডুবিস্থিত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত, অভয়াপুৰীবাসী ৰাইজৰ সহযোগত অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মূখৰ বিশ্ববীৰ জনাৰ প্ৰতিমূৰ্তিৰ সন্মূখত, উত্তৰ শালমাৰা আঞ্চলিক আক্ৰাছুই উত্তৰ শালমাৰা ত’কত, কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে বৰপাৰা ৰাজহুৱা খেল পথাৰত, বঙাইগাঁও জিলা আক্ৰাছুৱে ভাকাৰিভিটাত চিলাৰায় দিৱস উদযাপন কৰি মহাবীৰ জনাক স্মৰণ কৰে ৷

ইয়াৰ উপৰি আন ঠাইতো চিলাৰায়ক স্মৰণ কৰা হয় ৷

Recent News

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd