• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়দৰাবাদৰ ধৰ্ষণ তথা হত্যাৰ ঘটনা সন্দৰ্ভত বিৰাট কোহলীয়ে ক’লে; এয়া অত্যন্ত লজ্জাজনক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2019 2:06 pm
kohli-2-e1557552201827
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ পশু চিকিৎসকগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। ঘটনাটোৰ ভয়ংকৰ বৰ্বৰতা দেখি ৰাইজৰ ক্ষোভ ক্ষান্ত নোহোৱা হৈছে। ছচিয়েল মিডিয়াতো ঘটনাটোক লৈ সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ।

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ লগতে আন বহুকেইগৰাকী ক্ৰিকেটাৰেও এই ঘটনাটো সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।

Apply Now

ঘটনাটো সন্দৰ্ভত টুইট কৰি বিৰাট কোহলীয়ে লিখিছে যে হায়দৰাবাদত যিটো ঘটিল এয়া অত্যন্ত লজ্জাজনক।

What happened in Hyderabad is absolutely shameful.
It’s high time we as a society take charge and put an end to these inhumane tragedies.

— Virat Kohli (@imVkohli) November 30, 2019

টুইটত তেওঁ লগতে লিখিছে- এতিয়া সমাজে আগবাঢ়ি আহি দায়িত্ব লোৱাৰ আৰু এনেধৰণৰ অমানৱীয় ঘটনাৰ অৱসান ঘটোৱাৰ সময় আহি পৰিছে।

ইৰফান পাঠানেও টুইটাৰত লিখিছে যে শাসন যাৰেই নহওক কিয় যেতিয়া মানৱতাৰ মৃত্যু হয় তেতিয়া সমগ্ৰ দেশে কান্দে।

Mulk chaahe jiska bhi ho par jab insayiyat marti hay to saara jahan rota hay… #HangRapists

— Irfan Pathan (@IrfanPathan) November 30, 2019

শিখৰ ধাৱানে টুইটত লিখিছে যে এয়া অত্যন্ত বেদনাদায়ক, অস্থিৰ কৰি তোলা আৰু লজ্জাজনক ঘটনা। দোষীয়ে নিশ্চিতভাৱে শাস্তি পোৱা উচিত।

ভি ভি এছ লক্ষ্মণে টুইটত লিখিছে যে কোনোৱে কেলেকৈ ইমান বৰ্বৰ আৰু জঘন্য অপৰাধ কৰিব পাৰে। মই এই ঘটনাৰ বিষয়ে জানিব পাৰি অস্থিৰ হৈ পৰিছো আৰু একো ক’ব পৰা নাই। চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দোষীক শাস্তি প্ৰদান কৰক।

Shameful!!! #rapeofveterinarian #womensafety #Nirbhaya pic.twitter.com/ildgGvQ7l7

— Gautam Gambhir (@GautamGambhir) November 29, 2019

ইপিনে গৌতম গম্ভীৰে এই ঘটনাকলৈ অত্যন্ত ক্ষোভিত হৈ পৰিছে। তেওঁ নিজৰ টুইটাৰ একাউন্টত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত এজনী ছোৱালী এটা কুকুৰৰ সৈতে বহি আছে। ফটোখনত লিখা আছে –ডাক্তৰ! আপুনি ভগবানৰ পৰা পৰীক্ষা কৰি পাৰিবনে যে কোন প্ৰকৃততে জন্তু।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd