• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত চৰাই গণনা প্ৰক্ৰিয়া সম্পন্ন

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 10, 2021 7:12 pm
IMG_20210210_185150
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত কৰ্তৃপক্ষই যোৱা ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পানীত বাস কৰি ভালপোৱা চৰাইৰ এক গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

এই গণনা কাৰ্য সম্পূৰ্ণ কৰাৰ পিছত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই অনুশীলন কাৰ্যৰ মুখ্য উদ্দেশ্য আছিল পানীৰ কুকুৰা আৰু শীতকালীন পৰিভ্ৰমী চৰাইবোৰৰ তথ্য সংগ্ৰহ কৰা আৰু জলভূমিৰ স্বাস্থ্য নিৰীক্ষণ আৰু মূল্যায়ন কৰা।

Apply Now

সেই অনুসৰি, নগাঁও বন্যপ্ৰাণী সংমণ্ডলে লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ১০ টা আৰ্দ্ৰভূমি চিনাক্ত কৰাৰ লগতে ১০ টা প্ৰজাতিৰ চৰাই সময়কালী চৰাই হিচাপে চিহ্নিত কৰা হৈছে।

উল্লেখিত দুটা দিনত ৬ বজাৰ পৰা আবেলি ৪ বজালৈ চৰাইৰ গণনা কৰা হৈছিল। এই গণনা কাৰ্যৰ ফলাফলসমুহ কালি ঘোষণা কৰা হয়। বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰধান মুখ্য বন সংৰক্ষক অমিত সাহাই আজি জনোৱা মতে, অনুশীলনৰ সময়ত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণত ৭০ টা বিভিন্ন প্ৰজাতিৰ মুঠ ৭১,৯০২ টা চৰাই গণনা কৰা হৈছিল।

এই গণনাত দেখা গৈছে যে অভয়াৰণ্যখনত ১৯ টা প্ৰজাতিৰ চৰাইৰ সংখ্যা সৰ্বাধিক আছিল।

ইয়াৰে শীৰ্ষ তিনিটা প্ৰজাতি হৈছে উৰেছিয়ান কুট, কমন টিল আৰু গ্ৰেলাগ গুজ। তদুপৰি, ৭০ টা পানীৰ কুকুৰা প্ৰজাতিৰ ভিতৰত ৩১ টা হৈছে ইউৰোপ, মধ্য এছিয়া আৰু পূৱ এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিভ্ৰমী প্ৰজাতিৰ চৰাই।

এই চৰাইৰ মুঠ সংখ্যা বিগত বৰ্ষত ৯২৪৪ ৰ পৰা চলিত বৰ্ষত ৭১৯০২টালৈ বৃদ্ধি পাইছে। যাৰ পৰিমাণ পূৰ্বতকৈ ৬৭৫% বৃদ্ধি হৈছে।

লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰ’মাৰী বিলত সৰ্বাধিক সংখ্যক চৰাই পোৱা গৈছিল। য’ত ৫৯,৮৫৩ টা চৰাই গণনা কৰা হৈছিল। এইটো সমগ্ৰ ৰাজ্যৰ ভিতৰত সৰ্বাধিক। উল্লেখ্য যে অভয়াৰণ্যখনত চলোৱা গণনাত বেৰৰ পোচাৰ্ড, গ্ৰেট স্কেপ, পাইড আভোচেট, গ্লচি ইবিছ, স্লেডাৰ-বিল কৰা শকুনা আৰু চিনেৰিয়াছ শকুনো ৰ দৰে বিৰল চৰাই থকাৰ তথ্য পোহৰলৈ আহিছে।

ইপিনে, গণনাকাৰী দলটোৱে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত ভ্ৰমণ কৰা চৰাইৰ সংখ্যা বৃদ্ধিৰ বাবে উন্নত সুৰক্ষা ব্যৱস্থা, স্থানীয় লোকৰ পৰা সমৰ্থন আৰু বন বিভাগৰ দ্বাৰা কৰা আৰ্দ্ৰভূমি ব্যৱস্থাপনাৰ কৰিবলৈ পৰামৰ্শ দিছে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd