• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত গণশিল্পী হেমাংগ বিশ্বাসৰ জন্ম দিৱস উদযাপন; গীতে-মাতে শ্ৰদ্ধাঞ্জলি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 15, 2020 9:59 am

2 min read

বোকাখাতত গণশিল্পী হেমাংগ বিশ্বাসৰ জন্ম দিৱস উদযাপন; গীতে-মাতে শ্ৰদ্ধাঞ্জলি

ফটো : নৰ্থ-ইষ্ট নাও

188
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ জাতীয় বিদ্যালয় প্ৰাংগণত ১৪ ডিচেম্বৰৰ দিনা ভাৰতীয় গণ নাট্য সংঘ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত গণ শিল্পী হেমাংগ বিশ্বাসৰ ওপজা দিনত হেমাঙ্গ সোঁৱৰণ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতেই বোকাখাত জাতীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা ‘উন্মেষ’ উন্মোচন কৰা হয়।উন্মোচন কৰে নাট্যকাৰ কবি অমৰ শৰ্মাই।

পল্লৱ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ তথা বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক গোবিন দলেই।

অনুষ্ঠানত ‘গণ শিল্পী হেমাংগ বিশ্বাস’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে সাহিত্যিক নিজৰা বৰঠাকুৰে।

অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ধনেশ্বৰ শইকীয়া ওজাই হেমাঙ্গ বিশ্বাসক সোঁৱৰণ কৰি ঢোলৰ মালিতাৰে শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে শিল্পী হেমাংগ বিশ্বাস সম্পৰ্কত বক্তব্যও প্ৰদান কৰে।

অনুষ্ঠানটোত হেমাংগ বিশ্বাসৰ গীত পৰিবেশন কৰে কণ্ঠশিল্পী ড° বৰ্ণালী বৰুৱা আৰু শিশু শিল্পী ইমন কল্যানে।

হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা কুলখুড়াৰ চোতাল আবৃত্তি কৰে চিলমিল সপোনে আৰু কমৰেড ৰত্নেশ্বৰ ৰাভা আবৃত্তি কৰে গীতা ৰাজখোৱাই।

হেমাংগ সোঁৱৰণ নামক এই অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইঞ্জু আহমেদ আৰু অধ্যপক মনালিছা শইকীয়াই বক্তব্য আগবঢ়ায়।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd