• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাইকেলেৰে ভাৰত ভ্ৰমণ বিশ্বনাথৰ যুৱকৰ, সুদীৰ্ঘ সাত মাহৰ অন্তত উপস্থিত হল নিজ গৃহত

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
July 21, 2022 4:30 pm
127
VIEWS
Share on FacebookShare on Twitter

চাইকেলৰে সমগ্ৰ দেশ ভ্ৰমণ কৰি সুদীৰ্ঘ সাত মাহৰ অন্তত পুনৰ নিজ গৃহ চহৰ বিশ্বনাথ উপস্থিত হৈছে দুঃসাহসী চাইকেল আৰোহী ৰুবু কোঁচ।

মাত্ৰ চাইকেলখনকেই সাৰথি কৰি এক দুঃসাহসী যাত্ৰা সমাপ্ত কৰি সাত মাহৰ অন্তত বিশ্বনাথত উপস্হিত হোৱা যুৱক জনক অভিনন্দন জ্ঞাপন কৰিছে আছু আৰু বিশ্বনাথবাসীয়ে।

উল্লেখ্য যে যোৱা ১ জানুৱাৰীত বিশ্বনাথৰ পৰা গড়েহাগী গাঁৱৰ পৰা তিনিজন যুৱকে পৰিবেশ ৰক্ষাৰ সজাগতাৰ বাবে চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছিল।বিশ্বনাথৰ পৰা তিনিজন যুৱকে যাত্ৰা আৰম্ভ কৰিয়ে প্ৰথমতে উপস্থিত হৈছিল কন্যাকুমাৰীত।

কন্যাকুমাৰীত উপস্থিত হৈয়ে তিনিজন যুৱকৰ ভিতৰত দুজন যুৱকে পুনৰ নিজ গৃহলৈ উভতি আহে।

কিন্তু মনত বান্ধি লোৱা অদম্য সাহসৰে ৰুবু কোঁচ নামৰ যুৱক জনে হাৰ নামানিলে।ৰুবু কোঁচে একক ভাবে পুনৰ নিজ চাইকেলখনকে সাৰথি কৰি কন্যাকুমাৰীৰ পৰা যাত্ৰা কৰিলে গোৱালৈ।

গোৱাৰ পৰা ৰাজস্থান,পুনৰ ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ,হিমাচল প্ৰদেশৰ পৰা জম্মু কাশ্মীৰ আৰু অৱশেষত জম্মু কাশ্মীৰৰ পৰা অসম ।

আজি বিশ্বনাথত উপস্থিত হল ৰুবু কোঁচ।সুদীৰ্ঘ সাত মাহৰ অন্তত বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱা ৰুবুৰ এই সাফল্যই আনকো অনুপ্ৰাণিত কৰিব।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd