DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ আমোলাতন্ত্ৰত ব্যাপক পৰিৱৰ্তন : বিশ্বজিৎ পেগুক কামৰূপৰ (মহানগৰ) উপায়ুক্ত নিয়োগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2019 5:43 pm
Biswajit Pegu

কামৰূপৰ (মহানগৰ) উপায়ুক্ত বিশ্বজিৎ পেগু। ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

ভোগালী বিহুৰ পাচতেই কামৰূপৰ (মহানগৰ) নৱনিযুক্ত উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বিশ্বজিৎ পেগুৱে। বৰ্তমানৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। লগতে তেওঁ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা এজেঞ্চি, অসমৰ (FREMAA) মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰিব বুলি জিপ্লাছৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ।

শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যখনৰ আমোলাতন্ত্ৰত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। ৰাজ্যখনৰ ৩৮গৰাকী আমোলাক বদলি কৰা হৈছে আৰু তেওঁলোকৰ দায়িত্বৰ পৰিৱৰ্তন ঘটোৱা হৈছে।

পৰিৱৰ্তিত দায়িত্বভাৰেৰে স্থানান্তৰিত কৰা আমোলাসকল হৈছে ৰাজেশ প্ৰসাদ, আনোৱাৰুদ্দিন চৌধুৰী, আহমেদ হুছেইন, জুলী সোণোৱাল, মলয় বৰা, পুৰু গুপ্তা, মনোজ কুমাৰ ডেকা, ৰুবী বৰা, বিশ্বজিৎ পেগু, নজৰুল ইছলাম, বিনোদ শেষান, মনোজ কুমাৰ, লয়া মাদুৰী, নাৰায়ণ কোঁৱৰ, মাজনুৰ হুছেইন,  এছ লক্ষ্মণন, ৰোশনি অপাৰঞ্জী কোৰাটী, আদিল খান, ঘনশ্যাম দাস, মানৱেন্দ্ৰ প্ৰতাপ আৰু পল্লৱ গোপাল ঝা।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd