• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপত কৃতিত্ব অৰ্জন কৰা বিশ্বনাথৰ তিনি খেলুৱৈক উপায়ুক্তৰ সম্বৰ্ধনা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 7, 2018 7:24 pm
karate winners
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালয়েছিয়াত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে-ড’ চেম্পিয়নশ্বিপ-২০১৮ৰ ৭০ কিঃগ্ৰাঃ শাখাত স্বৰ্ণপদক অৰ্জন কৰা বিশ্বনাথৰ হৃদয়ানন্দ দাস আৰু ৬০ কিঃগ্ৰাঃ আৰু ৫৫ কিঃগ্ৰাঃ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা ক্ৰমে মিলনজ্যোতি বৰদলৈ আৰু সোনম লামাক আজি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয় কক্ষত সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে আজি দুপৰীয়া আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই  কৃতী খেলুৱৈ তিনিগৰাকীক একোখনকৈ ফুলাম গামোচা পিন্ধাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত কঠোৰ অনুশীলন আৰু অধ্যৱসায়েৰে ইয়াতকৈও উচ্চস্তৰৰ প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি  আশা প্ৰকাশ কৰে।

Apply Now

উল্লেখযোগ্য প্ৰতিযোগিতাখনত স্বৰ্ণপদক অৰ্জন কৰা হৃদয়ানন্দ দাসে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত কেৱল খেলুৱৈ হিচাপেই নহয়, বৰং কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনতজাতীয় দলটোৰ প্ৰশিক্ষক, পৰিচালক আৰু বিচাৰক হিচাপেও অংশগ্ৰহণ কৰি অনেক পদক আৰু সুখ্যাতি কঢ়িয়াই আনিছে।

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসৰ ছাত্ৰ-ছাত্ৰীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিবলৈও সক্ষম হৈছে।

আনহাতে দাসে জনোৱা অনুসৰি ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী অলিম্পিকত কাৰাটে-ড’ খেলবিধকো এক ইভেণ্ট হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অলিম্পিক কমিটীয়ে সিদ্ধান্ত লৈছে। দেশৰ এগৰাকী আগশাৰীৰ খেলুৱৈ হিচাপে এই ইভেণ্টত হৃদয়ানন্দ দাসেও অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল।

সেয়া বাস্তৱায়িত হ’লে অলিম্পিকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব বুলি খেলুৱৈগৰাকীক উপায়ুক্ত কলিতাই আশ্বাস প্ৰদান কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd