• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাহিত্যিক নগেন কোঞৰৰ স্বাস্থ্যৰ বুজ ল’লে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 21, 2018 6:22 pm

1 min read

Nagen Konwar
342
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই আজি কবি, সাহিত্যিক তথা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক নগেন কোঞৰৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

উল্লেখযোগ্য যে গহপুৰ নিৱাসী বিশিষ্ট সাহিত্যিকগৰাকীৰ অলপতে হৃদৰোগৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

উপায়ুক্তগৰাকীৰ লগতে তেওঁৰ সৈতে উপস্থিত থকা বিশ্বনাথৰ জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই বৰ্ষীয়ান লেখকগৰাকীক তেওঁৰ ৭৬ সংখ্যক ওপজা দিনৰ আগতীয়া শুভকামনাও জ্ঞাপন কৰে।

অহা ২৩ নৱেম্বৰত সাহিত্যিকগৰাকীৰ ওপজা দিন উপলক্ষে গহপুৰৰ ছাঁ সাহিত্য গোষ্ঠীৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। য’ত তেওঁৰ কীৰ্তি-কৃতিত্ব আৰু জীৱনৰ বিভিন্ন দিশ সামৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮০ গৰাকীকৈ লেখকৰ ৰচনাৰে সমৃদ্ধ এখন অভিনন্দন গ্ৰন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব।

উক্ত অভিনন্দন গ্ৰন্থখনৰ সম্পাদনা কৰিছে কবি-নিবন্ধকাৰ তথা সমালোচক বিপুল কুমাৰ দিহিঙীয়াই।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd