DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, September 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেঁচা চাহপাত: বিশ্বনাথত দিয়া নাই উচিত মূল্য, ফেক্টৰিক সকীয়নি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 9, 2018 7:34 pm
293
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া লখিমপুৰৰ আনকি ৰঙাপৰাৰ কেঁচা চাহ পাতত কেজিয়ে প্ৰতি ২৫ টকাকৈ দিয়াৰ বিপৰীতে বিশ্বনাথৰে চাহ ফেক্তৰিয়ে স্থানীয় পাতত উচিত মূল্য নিদি ১৩ টকা পৰ্য্যন্তলৈকৈ দিয়া বুলি অভিযোগ তুলি পাতৰ মূল্য আৰু হ্ৰাস নকৰিবলৈ ফেক্তৰিসমূহক সকীয়াই দিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।

বিশ্বনাথ চাৰিআলিৰ হিমালয় ভৱনত  দেওবাৰে অনুষ্ঠিত বিশেষ সাধাৰণ সভাৰ পিছতে ফেক্তৰিসমূহক এই সকীয়নি দিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।

‘বিশ্বনাথ জিলাৰ কাষৰীয়া লখিমপুৰ আৰু ৰঙাপৰাত কেঁচা পাতৰ মূল্য ২৩-২৫ টকা প্ৰতি কি. গ্ৰা.ত দি থকা অৱস্থাত বিশ্বনাথত ১৪-১৫ আৰু কোনো বাগিচাই ১৩ টকা পৰ্যন্ত কৰিছে। কেঁচাপাতৰ মূল্য আৰু অধিক হ্ৰাস নকৰিবলৈ চাহ ফেক্তৰিসমূহক আমি সকীয়াই দিছো,’ বিশেষ সভাৰ পিছতে এই মন্তব্য সন্থাৰ সভাপতি প্ৰবীন হাজৰিকাৰ।

সন্থাই লগতে অভিযোগ কৰে যে টি মনিতৰিং কমিটিৰ নিৰ্দেশনা মতে চাহ ফেক্টৰিসমূহে কেঁচাপাতৰ মূল্য দিয়া নাই। ফলত জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে প্ৰবীন হাজৰিকা আৰু ৰঞ্জন গগৈয়ে।

আনহাতে ৰাসায়নিক সাৰৰ ক্ষেত্ৰত খেতিয়কসকলে চৰকাৰৰ পৰা ৰাজ সাহায্যৰো দাবী কৰিছে।

কেঁচাপাতৰ  উৎপাদন বৃদ্ধিৰ সময়তে পাত ক্ৰয়ৰ পৰিমাণ হ্ৰাস নকৰিবলয়ো ফেক্তৰিসমূহক আহ্বান জনাইছে সন্থাটোৱে।

সভাত সহকাৰী সাধাৰণ সম্পাদক দেৱব্ৰত মেধি আৰু পৰেশ বৰকাকতি, উপদেষ্টা দ্বিজেন শইকীয়া আৰু নিৰঞ্জন মেধি, উপ সভাপতি তিকাৰাম উপাধ্যায়, ভবেন শইকীয়া আৰু কুমুদ শইকীয়া আৰু কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য জিতু শইকীয়াকে ধৰি বহুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ মত প্ৰকাশ কৰে।

Recent News

দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক নকৰিলে হ’ব পাৰে জটিল শাৰীৰিক সমস্যা, জানি লওক সকলো

দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক নকৰিলে হ’ব পাৰে জটিল শাৰীৰিক সমস্যা, জানি লওক সকলো

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

নিৰুদ্দেশ যুৱক, অৱশেষত ভাড়াঘৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

নিৰুদ্দেশ যুৱক, অৱশেষত ভাড়াঘৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

সংগমৰ আগত বা পিছত প্ৰস্ৰাৱ কৰে নেকি? কৰিব লাগে নে নালাগে? জানো আহক

সংগমৰ আগত বা পিছত প্ৰস্ৰাৱ কৰে নেকি? কৰিব লাগে নে নালাগে? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd