• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়া কংগ্ৰেছ নেতাৰ পুনৰ্সংস্থাপন কেন্দ্ৰত পৰিণত বিজেপি: কাছাৰত দলত্যাগ ৭ জ্যেষ্ঠ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 4:21 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাছাৰ জিলাৰ উদৰবন্দ সমষ্টিত বিজেপিত তীব্ৰ বিদ্ৰোহৰ সৃষ্টি হৈছে। সমষ্টিটোত দলৰ পুৰণি তথা ত্যাগী কৰ্মীক বঞ্চিত কৰি এজন ‘বহিৰাগত‘ তথা প্ৰাক্তন কংগ্ৰেছ বিধায়কক টিকট দিয়াৰ প্ৰতিবাদত ৭ জনকৈ জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ক্ষোভ উজাৰি দলৰ পৰা পদত্যাগ কৰিছে। নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এই দলত্যাগে শাসকীয় দলটোৰ ভিতৰচ‘ৰাত থকা অসন্তুষ্টিক আকৌ এবাৰ পোহৰলৈ আনিছে।

উদৰবন্দ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই এই বিদ্ৰোহৰ সূত্ৰপাত ঘটে। টিকট লাভৰ পৰা বঞ্চিত হোৱা পুৰণি বিজেপি নেতাসকলে এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। পদত্যাগ কৰা এই জ্যেষ্ঠ নেতাসকল হৈছে ক্ৰমে বাসুদেৱ শৰ্মা, শামু ৰায়, নবাৰুণ চক্ৰৱৰ্তী, জয়জ্যোতি দে‘, হেমাঙ্গ শেখৰ দাস, বিশ্বজিৎ দাস আৰু কাঞ্চন সিং। তেওঁলোকে মুকলিকৈ অভিযোগ কৰিছে যে বিজেপিয়ে এতিয়া নিজৰ পুৰণি আদৰ্শ পাহৰি কেৱল ক্ষমতাৰ স্বাৰ্থত আন দলৰ পৰা অহা নেতাক গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে।

Apply Now

ক্ষোভিত নেতাসকলে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, উধৰবন্দ সমষ্টিৰ প্ৰাৰ্থী হিচাপে বহিৰাগত ৰাজদ্বীপ গোৱালাক টিকট দিয়াটো তেওঁলোকে কোনোপধ্যে মানি ল‘ব নোৱাৰে। দলৰ বাবে অহৰ্নিশে ত্যাগ আৰু সংঘৰ্ষ কৰি অহা কৰ্মীসকলক বঞ্চিত কৰি এজন বহিৰাগতক মনোনয়ন দি দলৰ নীতি আৰু আদৰ্শক জলাঞ্জলি দিয়া হৈছে বুলি তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। নেতাসকলে লগতে কয় যে তেওঁলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সেই সময়ৰ পৰাই দলৰ হৈ কাম কৰি আহিছে। কিন্তু বৰ্তমান তেওঁলোকৰ দাবী আওকাণ কৰি এজন প্ৰাক্তন কংগ্ৰেছ দলৰ বিধায়কক প্ৰাৰ্থিত্ব দিয়া কাৰ্যই তেওঁলোকক মৰ্মাহত কৰিছে।

দলত্যাগ কৰা আন এজন নেতাই আৱেগিক হৈ অভিযোগ উত্থাপন কৰে যে বৰ্তমান বিজেপি দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ নেতাৰ এক পুনৰ্সংস্থাপন কেন্দ্ৰ হৈ পৰিছে। যিসকল কৰ্মীয়ে দলৰ দুৰ্দিনত সৰ্বোচ্চ ত্যাগ কৰিছিল, বৰ্তমান তেওঁলোকৰ অস্তিত্ব বিপন্ন হৈ পৰিছে আৰু তেওঁলোকক সম্পূৰ্ণৰূপে গুৰুত্বহীন কৰি পেলোৱা হৈছে বুলি নেতাজনে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd