DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ জয়, দ্বিতীয়স্থানত কংগ্ৰেছ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 2, 2021 6:16 pm
dav
1.4k
VIEWS
Share on FacebookShare on Twitter

 ভোট গণনাৰ অন্তত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁ‌ইক ৫৮ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি দ্বিতীয়বাৰলৈ বিধান সভালৈ নিৰ্বাচিত হৈছে।

বিগত ২০১৬ ৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনত অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা মাৰ্ঘেৰিটাৰ ১৭ বছৰীয়া জনপ্ৰতিনিধি প্ৰদ্যুৎ বৰদলৈক ২২,৭৪৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।

ৰাজনীতিৰ অ আ ক খ নজনা ভাস্কৰে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰি প্ৰভাৱ বিস্তাৰ কৰা প্ৰদ্যুতক পৰাজিত কৰাটো তেতিয়া ঐতিহাসিক ঘটনাৰূপেই বিবেচিত হৈছিল।

উল্লেখ্য যে প্ৰথমটো ৰাউণ্ডত ২৫৩ টা ভোটত অগ্ৰগতি লাভেৰে আৰম্ভ হোৱা ভোট গণনাৰ অষ্টাদশ ৰাউণ্ডলৈকে প্ৰতিটো ৰাউণ্ডতে বিজেপি প্ৰাৰ্থী ভাস্কৰে অগ্ৰগতিৰ ধাৰাবাহিকতা বজাই ৰাখি ৮৬,৬৩৩ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে।

নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহাঁ‌ইক ৫৮ হাজাৰ ৫১৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

মনোৰঞ্জন বৰগোহাঁ‌ইয়ে লাভ কৰে ২৮,১১৭ টা ভোট। তৃতীয় স্থানত থকা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱে ২২,৭৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে তিনি নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ইগনেছিয়াছ এক্কা, ভোগেশ্বৰ শ্যাম আৰু ৰণ্টু সোণোৱালে লাভ কৰে ক্ৰমে ১০,৩১৩ টা, ১,২৮২ টা আৰু ১,৪৪৫ টা ভোট। ন’টা ভোটৰ সংখ্যা ২,৫৬৩ টা।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd