• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৈ চৈ কৰি লাভ নহ’ব, খিলঞ্জীয়াক সুৰক্ষিত কৰিবই বিজেপিয়ে: প্ৰতিজ্ঞা জয়ন্ত মল্লৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 5, 2019 6:50 pm
Jyanta Mallah Baruah Spoke person,Assam State BJP.addressing a Press Conference at BJP Office in Guwahati on 14-11-18. Pix BY UB Photos

জয়ন্ত মল্ল বৰুৱাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কলৈ নৰেন্দ্ৰ মোদীৰ মুকলি সমৰ্থনে সৃষ্টি কৰা ৰাজ্যজোৰা ব্যাপক ক্ষোভৰ বিপৰীতে বিজেপি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাত দৃঢ় প্ৰতিজ্ঞ বুলি মন্তব্য কৰিছে দলটোৰ নেতা জয়ন্ত মল্ল বৰুৱাই।

অসমৰ খিলঞ্জীয়া সংগঠনৰ সৰ্বাত্মক বিৰোধৰ সন্মুখীন হোৱা বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে “হৈ চৈ” কৰি লাভ নহ’ব বুলিও শনিবাৰে গুৱাহাটীত সংবাদমেলযোগে মন্তব্য কৰিছে অসম বিজেপিৰ মুখপাত্ৰজনে।

Apply Now

“জাতিৰ সংকটৰ কথা কৈ তথা সমস্যা সমাধানৰ কোনো পথ উদ্ভাৱন নকৰাকৈ অযথা হৈ চৈ কৰি থাকি লাভ নাই। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক, প্ৰশাসনিক, ৰাজনৈতিক আৰু ভাষিক সুৰক্ষা প্ৰদান কৰাত দৃঢ় প্ৰতিজ্ঞ ভাৰতীয় জনতা পাৰ্টি,” মন্তব্য মল্লৰ।

অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণ “পৰ্য্যালোচনা”ৰ বাবে শেহতীয়াকৈ মোদী কেবিনেটে সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অসমত হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিয়াৰো চেষ্টা কৰে বিজেপি নেতাজনে।

পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰসমূহে গঠন কৰা সমিতিসমূহ মোদী কেবিনেট অনুমোদিত “উচ্চস্তৰীয়” সমিতিতকৈ পৃথক বুলি বৰুৱাই মন্তব্য কৰে।

কিন্তু লোকসভা নিৰ্বাচনৰ সন্মুখত গঠিত সমিতিখনত কোন থাকিব সেয়া এতিয়ালৈকে অৱগত নহয় বৰুৱা।

মোদী চৰকাৰৰ কাৰ্য্যকালত চুক্তিখনক লৈ কোনো ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নোহোৱাৰ বিপৰীতে বাজপেয়ী আৰু মনমোহন সিং চৰকাৰৰ দিনত ক্ৰমে ৮ আৰু ৬ খন বৈঠক অনুষ্ঠিত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd