• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙাপৰা সমবায় সমিতিৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতত ধৰাশায়ী বিজেপি

NE NOW NEWS মনিমালা বৰা
তেজপুৰ , September 15, 2018 6:29 pm

1 min read

Municipal election at Rangapora
211
VIEWS
Share on FacebookShare on Twitter

চমু চাপি আহিছে নেকি বিজেপিৰ দুৰ্দিন? সন্মুখত থকা পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে খোদ মন্ত্ৰী পল্লবলোচন দাসৰ সমষ্টি ৰঙাপৰাত আজি অনুষ্ঠিত হোৱা সমবায় সমিতিৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খাই শাসনাধিষ্ঠ দলটোৱে।

আজি দিনৰ ১২ বজাত ৰঙাপৰাৰে ঠাকুৰবাৰী পথত থকা ৰঙাপৰা সমবায় সমিতিৰ লিমিটেডৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী শোচনীয় ভাৱে পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে অনায়াসে জয় লাভ কৰে।

উল্লেখযোগ্য ১৪ গৰাকী সদস্য-সদস্যাই ভোটদান সাব্যস্ত কৰা সভাপতি পদৰ বাবে অনুষ্ঠিত উক্ত নিৰ্বাচনটোত কংগ্ৰেছৰ হেমচন্দ্ৰ লিম্বুয়ে ১০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ মিলাৰ পালে মাত্ৰ ৪ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে. নিৰ্বাচনটোত ৰঙাপৰা সমবায় সমিতিৰ লিমিটেডৰ মুঠ ১৫ গৰাকী সদস্য-সদস্যাই ভোটদান কৰিব লগীয়া আছিল যদিও ইয়াৰে এগৰাকী ভোটাৰ পলমকৈ উপস্থিত হোবাৰ বাবে ভোটদান কৰাৰ পৰা বঞ্চিত থাকিবলগীয়া হয়।

সমবায় বিভাগৰ পৰিৰ্দশক প্ৰসেনজিৎ চৌধুৰীয়ে নিৰ্বাচনটোত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

ভোট প্ৰদান কৰা ১৩ গৰাকী সদস্য-সদস্যা হৈছে ক্ৰমে- নিৰন নাৰ্জাৰি, বিকি চাওৰা, ফুকন পাল, ডেভিদ নেভিল, তেজ বাহাদুৰ গুৰুং, নৰেশ তাছা, নিকডিন ভেংৰা, জেকিন বাছফৰ, নুৰৱালা বেগম, বেনু বৰুৱা,ৰোহিনী বৰুৱা আৰু থানেশ্বৰ বৰাইক।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd