• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি চৰকাৰে হিন্দুৰ স্বাৰ্থ আৰু অধিকাৰ ৰক্ষা কৰিব পৰা নাই : আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 19, 2018 9:15 pm
Aanta Rashtriya Hindu Parishad
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণকে ধৰি নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা  প্ৰতিশ্ৰুতি সমূহ আজিও ৰক্ষা কৰিব পৰা নাই। শাসনাধীস্থিত চৰকাৰে বিশ্ব হিন্দু পৰিষদৰ দাবীসমূহ আওকান কৰাৰ লগতে বি এইছ পিৰ একাংশ নেতাক সংগঠনটোৰ পৰা বহিস্কাৰ কৰাৰ বাবেই বিশ্ব হিন্দু পৰিষদ বাদ দি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠন জন্ম দিব লগা হয়। এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি দীনেশ কলিতাৰ।

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ উদ্দেশ্যে বাখ্যা কৰি দীনেশ কলিতাই লগতে কয় যে হিন্দু সকলৰ স্বাৰ্থ আৰু অধিকাৰ বিজেপি চৰকাৰে ৰক্ষা কৰিব পৰা নাই। সেয়ে ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখি আগবাঢ়ি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ।

Apply Now

তামুলপুৰৰ স্থানীয় যুৱকৰ্মী চন্দন শৰ্মাৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাখনত কলিতাই আৰু কয় যে বাংলাদেশীক অসমৰ পৰা খেদাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰে সেই প্ৰতিশ্ৰুতিও পালন কৰিব পৰা নাই।

আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংগঠনটোৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি অভিজিৎ ডেকাই কয় যে বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ নকৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে। তেওঁ সংসদত আইন প্ৰনয়ন কৰি হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান কাশী, মথুৰা আৰু অযোধ্যা হিন্দুসকলক উভতাই দিয়াৰ দাবী জনায়।

তদুপৰি গো হত্যা বন্ধ কৰাৰ বাবেও সংসদত ৰাষ্ট্ৰীয় আইন প্ৰনয়নৰ দাবী তোলা ডেকাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি পুনৰ কয় যে  ভাৰতত এজনো বাংলাদেশী মুছলিম থাকিব নোৱাৰে। আনহাতে, জীৱনৰ সংশয়ৰ বাবে যিসকল হিন্দু বঙালী লোক ভাৰতলৈ আহিছে তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সংস্থাপন দিয়াৰ পোষকতা কৰি তেওঁ কয় যে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে দায়িত্ব লব।

সভাত বাক্সা জিলা বজৰংগ দলৰ সভাপতি জিতেন তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ডেকা, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক উপ সভাপতি মহেশ্বৰ স্বৰ্গীয়াৰী, সদস্য দয়াল দাসকে ধৰি কেবাজনো লোকে অংশগ্ৰহণ কৰে।

আজিৰ এই সভাতে চন্দন শৰ্মাক সভাপতি, প্ৰদীপ ডেকাক কাৰ্যকৰী সভাপতি আৰু নৰেশ্বৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতিখন গঠন কৰা হয়। তদুপৰি জীতেন তালুকদাৰক সভাপতি আৰু দীনেশ ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বাক্সা জিলা সমিতিখন গঠন কৰা হয়।

উল্লেখযোগ্য যে ২০১৮ চনৰ ২৪ জুনত ড০ প্ৰবীনভাই টোগড়িয়াৰ নেতৃত্বত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিষ্ঠা হৈছিল।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd