DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিপাঝাৰত বিনন্দৰ পাখি কাটি অগপৰ পৰা পৰমানন্দক আনি টিকট দিলে বিজেপিয়ে

কংগ্ৰেছৰ পৰা আহিয়েই ডুমডুমাত বিজেপিৰ টিকট পালে ৰূপেশ গোৱালাই

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 6, 2021 5:35 pm
507
VIEWS
Share on FacebookShare on Twitter

সুযোগ বুজি লুটি বাগৰ মাৰিলে অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি তথা অগপ নেতা পৰমানন্দ ৰাজবংশীয়ে।

অগপ এৰি বিজেপিলৈ জাঁপ দিলে পৰমানন্দ ৰাজবংশীয়ে।

বিজেপিত আজি যোগদান কৰিয়েই ছিপাঝাৰ সমষ্টিত  টিকট লাভ কৰিলে পৰমানন্দই।

ছিপাঝাৰ সমষ্টিত বিজেপিৰ বৰ্তমানৰ বিধায়ক বিনন্দ শইকীয়াক বঞ্চিত কৰি পৰমানন্দ ৰাজবংশীক টিকট দিলে বিজেপিয়ে।

ৰাজনীতিৰ ৰাজভোগ খোৱাৰ আশা পাঙি থকা পৰমানন্দই অগপৰ পৰা টিকট নাপাই বিজেপিলৈ ঢাপলি মেলে ।

ইপিনে কংগ্ৰেছৰ ৰূপেশ গুৱালাই  আজি যোগদান কৰে বিজেপিত।গেৰুৱা দলটোত  যোগদান কৰিয়েই তেওঁ ডুমডুমা সমষ্টিৰ পৰা টিকট লাভ কৰে।

বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে কয়—  “ৰাইজৰ স্বাৰ্থৰ কথা ভাবি বিজেপিত যোগদান কৰিছো। দলে যি পৰামৰ্শ দিয়ে সেই অনুসৰি অনাগত দিনত কাম কৰি যাম।”

আনহাতে, চাহ জনগোষ্ঠীৰ লোকে বিজেপিক বিচাৰিছে সেয়েহে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে ৰূপেশ গোৱালাই।

Recent News

সোৱাদ নাই জেলৰ খাদ্যত! জামিন বিচাৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

সোৱাদ নাই জেলৰ খাদ্যত! জামিন বিচাৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

২৪ ছেপ্তেম্বৰত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন

২৪ ছেপ্তেম্বৰত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিৱৰ্তন

বিজেপিত গৃহকন্দল! কেন্দ্ৰীয় মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ বিজেপি কৰ্মীৰ

বিজেপিত গৃহকন্দল! কেন্দ্ৰীয় মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ বিজেপি কৰ্মীৰ

জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd