• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন ৰাষ্ট্ৰপতিক অপমান বিজেপি চৰকাৰৰ : সলনি হ’ব ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 10:38 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বৰপেটাত অৱস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নাম সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই নাম সলনিৰ প্ৰস্তাৱত মোহৰ মৰা হয়। নতুন সিদ্ধান্ত অনুসৰি এই চিকিৎসা প্ৰতিষ্ঠানখনৰ নাম এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল হিচাপে জনাজাত হ’ব। ইয়াৰ ফলত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ নাম এই চৰকাৰী প্ৰতিষ্ঠানখনৰ পৰা বিলুপ্ত হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ সন্দৰ্ভত যুক্তি আগবঢ়াই কয় যে ৰাজ্যৰ বাকী থকা ১৫খন চিকিৎসা মহাবিদ্যালয়ৰ নাম সেই নিৰ্দিষ্ট অঞ্চলটোৰ নামেৰে নামাকৰণ কৰা হৈছে। কেৱল বৰপেটাৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম এজন ব্যক্তিৰ নামত থকাৰ বাবে প্ৰশাসনিক কাম-কাজত কিছু খেলিমেলিৰ সৃষ্টি হয়।

Apply Now

তেওঁ লগতে উল্লেখ কৰে যে বহু লোকে ফখৰুদ্দিন আলি আহমেদৰ নাম থকাৰ বাবে ইয়াক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় বুলি ভুল কৰে। সেয়েহে সকলোৰে সুবিধাৰ্থে আৰু একতা বজাই ৰাখিবলৈ এই নামটো সলনি কৰাৰ প্ৰয়োজন হৈ পৰিছে।

চৰকাৰৰ এই যুক্তিক লৈ ৰাজ্যৰ বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই মত প্ৰকাশ কৰিছে যে যদি নামটোক লৈ বিভ্ৰান্তি হৈছিল, তেন্তে নামৰ আগত চৰকাৰী শব্দটো লিখি দিলেই সমস্যাৰ সমাধান হ’লহেঁতেন। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নাম সম্পূৰ্ণৰূপে মচি পেলোৱা কাৰ্যৰ অন্তৰালত অন্য ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে বুলিও বহুতৰ মনত সন্দেহ উপজিছে। ফখৰুদ্দিন আলি আহমেদ আছিল অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ৰাষ্ট্ৰপতি। দেশৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

অৱশ্যে ফখৰুদ্দিন আলি আহমেদৰ কাৰ্যকালত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ বিষয়টোৱে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰি আহিছে। তদুপৰি কেইবছৰমান পূৰ্বে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম বাদ পৰাক লৈও দেশজুৰি চৰ্চা হৈছিল। যদিও পাছলৈ সেই তালিকা সংশোধন কৰা হৈছিল, তথাপিও বিজেপি চৰকাৰে বিভিন্ন সময়ত জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ টানি আনি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভূমিকাৰ সমালোচনা কৰি আহিছে। এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁৰ নাম আঁতৰাই দিয়া কাৰ্যই ৰাজ্যিক ৰাজনীতিত পুনৰ নতুন বিতৰ্কৰ জন্ম দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am
সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd