• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’ণা ৰোগীক চিকিৎসাৰ খৰচ দিব নোৱাৰা বিজেপি চৰকাৰে পদত্যাগ কৰক : ৰিপুন বৰা

২১ ত কংগ্ৰেছে ৮০ খন আসন লৈ চৰকাৰ গঠন কৰিব বুলি বিশ্বাসী ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 3, 2020 4:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ক’ৰ’ণা ৰোগীক চিকিৎসাৰ খৰচ দিব নোৱাৰা বিজেপি চৰকাৰে পদত্যাগ কৰক। তেওঁলোকে মানে  এতিয়া হাত দাঙি দিছে।‘ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কিছু বিত্তীয় সংকটে দেখা দিয়াৰ কথা প্ৰকাশ কৰি কোভিড ৰোগীয়ে কিছু খৰচ এতিয়াৰে পৰা নিজে বহন কৰিব লাগিব বুলি সংবাদমেলত উল্লেখ কৰিছিল। তাৰেই আলম লৈ সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Apply Now

বৰাই লগতে বিজেপি চৰকাৰক উদ্দেশ্যি কয় ‘যদি তোমালোকে চিকিৎসাৰ খৰচ দিব পাৰাই তেতিয়াহ’লে তোমালোকে হোৱাইটপেপাৰ দিয়া যে চৰকাৰৰ বিত্তীয় সংকট হৈছে নে নাই হোৱা। চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা পাইছা তাৰো হোৱাইট পেপাৰ প্ৰকাশ কৰা।’

ৰিপুন বৰাৰ মতে ‘কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা অহাই নাই। চৰকাৰে যে আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ গৈছে তেওঁলোকে ক’ৰ পৰা টকা পাব বা টকাৰ উৎস কি ৰাইজৰ সেয়া জনাৰ অধিকাৰ আছে।‘

উচ্চতম ন্যায়ালয়ত এতিয়ালৈকে যিমানকেইটা ৰায়দান হৈছে আটাইকেইটা ৰায়দানতে কোৱা হৈছে যে ক’ৰ’না ৰোগীৰ আটাইবোৰ খৰচ চৰকাৰে বহন কৰিব লাগিব বুলি তেওঁ সংবাদমেলত সদৰী কৰে। আনকি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহেও বিনামুলীয়াকৈ চিকিৎসা কৰিব লাগে বুলি নিৰ্দেশ দিছে বুলিও তেওঁ কয়।

উক্ত সংবাদমেলতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বৰাই কয় ‘স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাইছে কেন্দ্ৰীয় চৰকাৰকো বুঢ়া আঙুলি দেখুৱাইছে।‘

ইপিনে, ২০২১ ত কংগ্ৰেছৰ লক্ষ্য হৈছে মিছন-৮০ বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘বিজেপিয়ে ১০০ খন আসন পাম বুলি কৈছে। আমি বিজেপিৰ দৰে অবাস্তৱ কোনো কথা  আশা নকৰো। বিজেপিৰ ১০০ প্লাছ মিছনটো জানুৱাৰী- ফেব্ৰুৱাৰি মাহত ২০-২৫ হ’বগৈ।‘

‘২০২১ ত কংগ্ৰেছে চৰকাৰ বনাব বুলি বিশ্বাসী। যদি কংগ্ৰেছৰ চৰকাৰ হয় তেন্তে এসপ্তাহৰ ভিতৰত কা আন্দোলনৰ লগত জৰিত ছাত্ৰ নাইবা যিমানবোৰ সংগঠনৰ নেতা-কৰ্মীৰ বিৰুদ্ধে গোচৰ আছে সেইসমূহ উঠাই ল’ম।‘ এইদৰে মন্তব্য কৰি বৰাই ২০২১ ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব  বুলি দৃঢ়তাৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd