• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে আস্থা আৰু নিষ্ঠাৰে কাম কৰে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মিণ্টু দাস by মিণ্টু দাস
December 24, 2018 7:12 pm
d63b662c-9ca6-4006-af56-d77c7bcd2f41

নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বহু প্ৰত্যাশিত বগীবিল দলংখন কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিব আৰু ব্ৰহ্মপুত্ৰৰ  উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত সংযোগ স্থাপন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।‘’

বগীবিল দলঙৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও আবৰ্ত ভৱনত কিছু সময় জিৰণি লোৱাৰ সময়তে নগঞা সাংবাদিকৰ লগত দলঙৰ উদ্বোধন সন্দৰ্ভত মত-বিনিময় কৰে।

Apply Now

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক কথা ৰাখিছে। অসমৰ কেইবাটাও প্ৰকল্প চৰকাৰখনে সম্পূৰ্ণ কৰি তুলিছে। শৰাইঘাটৰ দ্বিতীয় দলং, ধলা-শদিয়া দলং আৰু বগীবিল দলং অসম্পূৰ্ণ হৈ আছিল। আমাৰ নিৰ্বাচনী ইস্তাহাৰত এই দলং কেইখন সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। ইতিমধ্যে শৰাইঘাটৰ দ্বিতীয় দলং আৰু  ধলা-শদিয়া দলং সম্পূৰ্ণ হ’ল। কাইলৈ বগীবিল দলঙৰ শুভ উদ্বোধন হোৱাৰ লগে লগে অসমৰ আধা হৈ থকা প্ৰকল্পখিনি সুন্দৰ সমাপ্ত হ’ব বা সুন্দৰ আৰম্ভণি হ’ব, য’ত ৰাইজে ব্যৱহাৰ  কৰিব পাৰিব।

মন্ত্ৰী শৰ্মাই লগতে কয়, ‘’আমি আশা কৰিম, ইয়াৰ লগে লগে অসমত অনাগত দিনত আৰু কেইবাটাও প্ৰকল্প লাভ কৰিবলৈ সক্ষম হ’ম। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু কেইবাখনো দলঙৰ পৰিকল্পনা কৰিছো, সেইবোৰো অনাগত দিনত দেখা পাম বুলি আশা কৰিছো।‘’

আনহাতে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, ‘’এতিয়া যদি এইবোৰ কাম শেষ হোৱাৰ পিছত কোনোবাই প্ৰশ্ন কৰে যে এই কামবোৰ বিজেপি চৰকাৰে মাত্ৰ দুবছৰতে শেষ কৰিব পাৰিলে আপোনালোকে ২৩ বছৰে কিয় পৰা নাছিল। যিমানে কৃতিত্ব ল’ব চেষ্টা কৰিব আচলতে মানুহৰ মনত সিমানে জাগি উঠিব আপোনালোকে কামবোৰ আৰম্ভ কৰিছিল যদিও শেষ হ’বলৈ কিয় ১০ বছৰ লাগিল।‘’

তেওঁ কয়, ‘’আচলতে এইটো বুজা যায় যে, তেওঁলোকৰ কামবোৰত আস্থা আৰু নিষ্ঠা নাছিল। আমাৰ চৰকাৰে দুই-আঢ়ৈ বছৰত তিনিখনকৈ দলঙৰ কাম সম্পূৰ্ণ কৰি তোলাটোৱে কাৰ কাম কৰাৰ আস্থা আৰু নিষ্ঠা আছে সেয়া প্ৰমাণ কৰিছে।‘’

তদুপৰি সাংবাদিকে নগাঁও জিলা পৰিষদ গঠন সন্দৰ্ভত সোধা প্ৰশ্নৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ মন্তব্য নিদি জিলা বিজেপিয়ে ইয়াৰ সকলো কাম কৰিব বুলি কয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd