• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাশ্মীৰত সাধাৰণ মানুহৰ মৃত্যু বিজেপিৰ বাবে লাভজনক! মেহবুবাৰ মন্তব্যই লগাইছে তোলপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 7:14 pm
Mehbooba Mufti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰত যদি নিৰীহ লোকৰ মৃত্যু হয়, তেতিয়া লাভৱান হয় গেৰুৱা দল বিজেপি! এই বিস্ফোৰক মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেতা মেহবুবা মুফতিয়ে। মুফতিৰ মন্তব্যই তোলপাৰ লগাইছে দেশ।

নৱ বৰ্ষৰ আৰম্ভণিতে সন্ত্ৰাসবাদীৰ আক্ৰমণে ৰক্তাক্ত কৰি তুলিছিল জম্মু-কাশ্মীৰ। উপত্যকাটোৰ ৰাজৌৰীত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল চাৰি গৰাকী লোক। আনহাতে গুৰুতৰভাৱে আহত হৈছিল ৬ গৰাকী লোক।

Apply Now

সেই ঘটনাৰ আধাৰতে কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপিৰ প্ৰতি কঠোৰ হৈ পৰে মেহবুবা মুফতি। মেহবুবাই কয় যে “কাশ্মীৰত নিৰীহ লোকক হত্যা কৰিলে বিজেপিৰ লাভ হয়। কাৰণ তেওঁলোকে সংখ্যালঘুৰ বিৰুদ্ধে কাহিনীৰ অপপ্ৰচাৰেৰে কাশ্মীৰীসকলক ভাৰতৰ আন ঠাইত দানৱী ৰূপে তুলি ধৰে। অৱশ্যে কিয় এনে হৈছে সেই প্ৰশ্ন কেতিয়াও উত্থাপন কৰা নহয়।”

দেওবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবেও সেনাক জগৰীয়া কৰে পিডিপি নেতাগৰাকীয়ে। তেওঁ কয়, “ৰাজৌৰীৰ জনসাধাৰণে অভিযোগ কৰিছে যে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেনা দায়ী।” তেওঁ দাবী কৰে যে স্থানীয় ৰাইজে ইতিমধ্যে অঞ্চলটোত সংঘটিত উগ্ৰপন্থী কাৰ্যকলাপৰ বিষয়ে সেনাক অৱগত কৰিছে। তাৰ পিছতো এই আক্ৰমণ সংঘটিত হৈছিল।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংৰি গাঁৱত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল। হঠাৎ ২ বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল গাঁওখনত। গাঁৱৰ তিনিটা ঘৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰিছিল দুই বন্দুকধাৰীয়ে। প্ৰথম অৱস্থাত এই আক্ৰমণত ২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।

পিছত ৰাজৌৰী চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী স্থানীয় গাঁওবাসীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে সংকটজনক অৱস্থাত থকা আন দুগৰাকী ব্যক্তিক উন্নত চিকিৎসাৰ বাবে জম্মুলৈ লৈ যোৱা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd