• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰক সমালোচনা কৰাৰ বাবেই কাৰণ দৰ্শোৱা জাননী লাভ কৰিলে বিজেপি নেতা অশোক শৰ্মাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2024 7:45 am
বিজেপিৰ  জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। ফাইল ফটো।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। ফাইল ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক শেহতীয়াকৈ দিয়া কিছু বক্তব্যক লৈ দলটোৱে কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিছে।

দলৰ সূত্ৰ অনুসৰি, ৭ মে’ত লোকসভাৰ ভোটগ্ৰহণৰ দিনা দলৰ নেতৃত্বক সমালোচনা কৰাৰ অভিযোগত শৰ্মাক এই জাননী প্ৰদান কৰা হৈছে।

অহা ২০ মে’ৰ ভিতৰত তেওঁক এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে।

Apply Now

শেহতীয়াকৈ অশোক শৰ্মাই বিভিন্ন বিষয়ত দলীয় নেতৃত্বক সমালোচনা কৰিছিল।

ইয়াৰ পূর্বে বিজেপি সাংসদ দিলীপ শইকীয়াই অশোক শর্মাক “মানসিক পৰীক্ষা”ৰ প্রয়োজন বুলি তীব্র সমালোচনা কৰিছিল৷ তেওঁ লগতে শৰ্মাৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ বজালীত অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অধিবক্তা

শইকীয়াই দাবী কৰে যে অশোক শৰ্মাই ৰাইজৰ সন্মুখত বিজেপিৰ ভাবমূৰ্তি নষ্ট কৰি আহিছে।

তেওঁ লগতে কৈছিল, ‘অশোক শৰ্মাৰ দল বিৰোধী কাৰ্যকলাপক গৰিহণা দিছো। কেইবাজনো দলীয় কৰ্মীয়ে বিনিময়ত একো নোপোৱাকৈ বছৰ বছৰ ধৰি দলৰ সেৱা কৰি আহিছে, কিন্তু শৰ্মাই মানদণ্ডৰ ভূমিকা পালন কৰি আছে”।

তেওঁ আৰু অভিযোগ উত্থাপন কৰে যে শেহতীয়াকৈ অসমৰ নিৰ্বাচনৰ সময়ত অশোক শৰ্মাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল।

‘শেহতীয়াকৈ অশোক শৰ্মাই মোৰ বিৰুদ্ধে প্ৰচাৰত লিপ্ত হোৱাৰ প্ৰমাণ মোৰ হাতত আছে। একেদৰে ২০১১ চনৰ নিৰ্বাচনত তেওঁ মোৰ প্ৰতিদ্বন্দ্বীজনৰ পৰা ২ লাখ টকা লৈছিল যাতে মই নিৰ্বাচনত পৰাস্ত হওঁ”, তেওঁ অভিযোগ কৰে।

লগতে পঢ়কঃ ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ : ৰাজেশ শৰ্মা

তেওঁ লগতে কয় যে তেওঁ অশোক শৰ্মাৰ কাৰ্যকলাপৰ সন্দৰ্ভত অসম বিজেপি নেতৃত্বক অৱগত কৰিছিল।

অশোক শৰ্মাই যোৱা কেইমাহমানৰ পৰা লোৱা বৃহৎ পৰিমাণৰ ঋণৰ উদ্ধৃতি দি পৰোক্ষভাৱে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল।

তেওঁ কয় যে ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা বৃহৎ ঋণৰ ওপৰত যুৱক-যুৱতীসকলে চকু ৰাখিব লাগে।

শৰ্মাই লগতে দাবী কৰে যে যিদৰে ঋণৰ বাবে পৰিয়ালবোৰ ভাঙি পৰে, তেনেদৰে ঋণৰ বাবেও এখন ৰাজ্য পৰি যাব পাৰে।

লগতে পঢ়কঃ বেপাৰ বেয়া! ভাল হোৱা নাই খেতি : জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে চাহশিল্পত

পূৱ গুৱাহাটীৰ পৰা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছিল, ‘সকলোৰে মতানৈক্য আৰু অভিযোগ আছে। অৱশ্যে দলৰ মজিয়াৰ ভিতৰতে সেইবোৰ সমাধান হ’ব লাগে। ভোটদানৰ দিনা আৰু সেইটোও ৰাজহুৱাভাৱে এনে বক্তব্য দিয়াটো ঠিক যেন নালাগে।‘ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd