• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া শিপিনীৰ দ্বাৰা মাস্ক নিৰ্মাণ কৰি ৰাইজৰ মাজত বিতৰণ বিজেপি নেতাৰ

NE NOW NEWS বিদ্যুৎজ্যোতি বৰা
চামগুৰি , April 19, 2020 6:57 am

1 min read

WhatsApp Image 2020-04-18 at 7.57.00 PM

ফটো: নৰ্থইষ্ট নাও

4.1k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবৰ বাবে মাস্ক পৰিধান কৰাটো বিশেষভাৱে জৰুৰী বুলি কোৱা হৈছে। বিশেষকৈ বাহিৰলৈ ওলাই গ’লে সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ লগতে আনকো এই সংক্ৰমণৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যে মাস্ক পৰিধান কৰিবলৈ চিকিৎকসকলে আহ্বান জনাই আহিছে।

ক‘ৰনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত শনিবাৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই জনহিতাৰ্থে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

জানিব পৰা মতে, বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়াই সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত স্থানীয় অসমীয়া শিপিনী অল্পনা হাজৰিকা আৰু গীতাশ্ৰী শইকীয়াৰ নেতৃত্বত মুঠ ১২ গৰাকী শিপিনীৰ জৰিয়তে “ জয় আই টেক্সটাইল“ত পাঁচ হাজাৰ মাস্ক নিৰ্মাণ কৰি অভাৱগ্ৰস্ত ৰাইজৰ মাজত বিতৰণ কৰে৷

শনিবাৰে বিয়লি সভাপতি গৰাকীৰ নিজা বাসগৃহৰ পৰা উক্ত মাস্কখিনি চামগুৰি সমষ্টিৰ পঞ্চায়ত সমূহৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰ সকলৰ জৰিয়তে বিভিন্ন ঠাইত বিতৰণৰ ব্যবস্থা কৰা এই পদক্ষেপক ৰাইজে শলাগ লৈছে ৷

Tags: COVID-19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd