• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামৰূপৰ দুয়োখন জিলাতে বিজেপিৰ অগ্ৰগতি, ভোট গণনা অব্যাহত

NE NOW NEWS অনিৰ্বাণ পাঠক, মৃদুল প্ৰীতম ডেকা
গুৱাহাটী, কামৰূপ গ্ৰাম্য , December 13, 2018 12:45 pm

1 min read

Kamrup
346
VIEWS
Share on FacebookShare on Twitter

অসম বিভিন্ন স্থানৰ লগতে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য দুয়োখন জিলাতে এতিয়াও পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য অব্যাহত আছে। আন কেইবাখন ঠাইৰ দৰে উক্ত জিলা দুখনটো বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে।

কামৰূপ মহানগৰ জিলাৰ চাৰিখন জিলা পৰিষদ ক্ৰমে ডিমৰীয়া, বৰখাত, সোনাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ ফলাফল ঘোষণা হৈছে ইয়াৰে আটাইকেইখনতে বিজেপিয়ে জয়লাভ কৰিছে।

আজি পুৱা ১০ বজালৈকে ঘোষণা হোৱা ফলাফল অনুসৰি ২১খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ ১৭টাৰ ফলাফল ঘোষণা হৈছে আৰু ইয়াৰ ‍১৪টাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩ টাত বিজয়ী হৈছে।

আনহাতে ২১০টা ৱাৰ্ড মেম্বাৰ পদৰ ১৮৭টাৰ ফলাফল ঘোষণা হৈছে, ইয়াৰে ১২৬টা বিজেপি, ১৬টা অগপ, ৪৩টা কংগ্ৰেছ আৰু ২টা নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ ১০৩নং পূব শুৱালকুছি গাঁও পঞ্চায়ত বিজেপিৰ দখলত গৈছে। পঞ্চায়তখনৰ সভাপতি, আঞ্চলিক সদস্য পদৰ লগতে ১০টা ৱাৰ্ডৰ ৯টা ৱাৰ্ডে বিজেপিৰ দখলত যোৱাৰ বিপৰীতে কংগ্ৰেছে ১টা ৱাৰ্ডত জয়লাভ কৰিছে।

আনহাতে হাজো সমষ্টিৰ ২খন গাঁও পঞ্চায়তত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে ২খন অগপ আৰু ১খন কংগ্ৰেছৰ দখলত গৈছে।

Recent News

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd