• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন গ’ল, মুখ মেলিলে শিলাদিত্যই; পুনৰ বিতৰ্কিত মন্তব্য বিধায়কজনৰ

অগপ আগতেও আই চি য়ুত আছিল, এতিয়া পুনৰ আই চি য়ুলৈ গ’ল : শিলাদিত্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2018 8:31 pm
Shiladitya-Dev-678x381

বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সততে বিতৰ্কিত আৰু অসমীয়া বিৰোধী মন্তব্য কৰি অহা হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেব বহু দিন দলৰ নিৰ্দেশত চুপ হৈ থকাৰ পিছত আজি পুনৰ মুখ খুলিলে সংবাদ মাধ্যমৰ আগত।

আজি মুখ খুলিয়েই পুনৰ বিতৰ্কিত মন্তব্য কৰে স্বভাৱগতভাৱেই ইচলাম-বিদ্বেষী বিধায়কজনে। শিলাদিত্যই আজি সাংবাদিকৰ আগত কয়, “মুছলমানসকলে কংগ্ৰেছক ভোট দিয়াটো স্থায়ী নহয়। মুছলমানসকলৰ প্ৰধান উদ্দেশ্য জনসংখ্যা বৃদ্ধি কৰি চৰকাৰ গঠন কৰা।”

Apply Now

আনহাতে পূৰ্বৰ দৰে এ আই য়ু ডি এফ দলটোৰ প্ৰতি আক্ৰমণাত্মক হৈ শিলাদিত্যই কয়, “এ আই য়ু ডি এফে মুছলমানপ্ৰধান ৰাজ্য গঠনৰ কাম কৰি আছে।”

উল্লেখযোগ্য যে যোৱা ৫ নৱেম্বৰৰ দিনা পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছৰে পৰা বিতৰ্কিত বিধায়কজনৰ মুখ বন্ধ হৈ পৰিছিল। ভোটৰ অংকত দলৰ নিৰ্দেশতে তেওঁ মুখ বন্ধ কৰিছিল বুলি বিভিন্নজনে মন্তব্য কৰিছিল। পঞ্চায়ত নিৰ্বাচন পাৰ হোৱাৰ পাছতেই বিতৰ্কিত বিধায়কজন পুনৰ সৰৱ হৈ পৰাটোৱে ইয়াক সত্য প্ৰমাণিত কৰে।

আজি কেৱল ইছলামবিদ্বেষী মন্তব্য দিয়াই নহয়, মিত্ৰ দল অগপকো কটাক্ষ কৰিবলৈ নেৰিলে।

“অগপ আগতেও আই চি য়ুত আছিল, এতিয়া পুনৰ আই চি য়ুলৈ গ’ল।” বিধায়কজনৰ কটাক্ষ।

তাৎপৰ্য্যপূৰ্ণ যে, পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মা, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অন্যান্য নেতাসকলে অগপক কটু ভাষাৰে সমালোচনা কৰিছিল যদিও শিলাদিত্য অগপক সমালোচনা কৰা দেখিবলৈ পোৱা নগৈছিল।

মন কৰিব লগীয়া যে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত হোজাই সমষ্টিত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। বিজেপিয়ে ৫খন জিলা পৰিষদৰ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৬খন আসন।

ইপিনে, কংগ্ৰেছ দলে জিলা পৰিষদ গঠনৰ বাবে কুচকাৱাজ চলাই থকাৰ মাজতেই শিলাদিত্যই দাবী কৰি কয়, “বিজেপিয়ে হোজাই জিলা পৰিষদ গঠন কৰিব।” শিলাদিত্যৰ মতে বিজেপিৰ হাতত জিলা পৰিষদ গঠন কৰাৰ অংক আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd